২০২৪-ৰ চৰকাৰী ঘৰৰ বাবে অনলাইনত আবেদন কৰক, সময় অতি কম !

WhatsApp Follow

How online apply govt free house – যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰ লাভ কৰা নাই, সেই সকৰ বাবে এটা ডাঙৰ সুযোগ আহিছে। কাৰণ এতিয়া চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। তাৰ পিছত ভেৰিফিকিচন হ’ব, আৰু ভেৰিফিকিচন হোৰৱাৰ পাছত আপোনালোকে লাভ কৰিব চৰকাৰী ঘৰ।

বন্ধু-বান্ধৱী আপোনালোকক জনাও যে এতিয়ালৈ অনলাইন আবেদনৰ আৰাম্ভ হোৱা নাই, আপুনি যদি বিচাৰে গাওঁ পঞ্চায়ত ভাপতি মহোদয়ৰ ওচৰত আবেদন পত্র দিব পাৰে, আবেদন পত্র কেনেকৈ লিখিব যেনেকৈ তলত উল্লেখ কৰা হৈছে। আৰু যদি বিচাৰে অনলাইত Request পত্র পঠাব পাৰে। তাৰ বাবে তলত লিংক দিয়া হৈছে তাতে ক্লিক কৰি আবেদন কৰিব পাৰিব।


তাং_

মাননীয় সভাপতি মহোদয়
বৰপেটা গাওঁ পঞ্চায়ত

বিষয় : PMAY আবাসগৃহ পাবৰ বাবে আবেদন।

মহাশয়,

বিনীত নিবেদন এই যে মই[ আপোনাৰ নাম ], নগাঁও গাওঁ পঞ্চায়তৰ ডিং গাঁৱৰ এগৰাকী বাসিন্দা। মই চৰকাৰৰ দ্বাৰা স্বীকৃত দৰিদ্ৰ সীমাৰেখা তলৰ ব্যক্তি। মহোদয়ক বিশেষভাৱে জনাওঁ যে চৰকাৰী আবাস পোৱাৰ যোগ্য যদিও উক্ত তালিকাত এবাৰো নাম অন্তৰ্ভুত্ক নহ’ল।

গতিকে মহোদয়ে দয়া কৰি মোক প্ৰধানমন্ত্ৰী আৱাস যোজোঁনা আঁচনিৰ(PMAY) অধীনত এটি আৱাসগৃহ পোৱাৰ সুবিধা কৰি উপকাৰ সাধন কৰে যেন।


অনলাইনত আবেদন কৰিবলৈ তলত ক্লিক কৰক 👇👇

Apply Now

1 thought on “২০২৪-ৰ চৰকাৰী ঘৰৰ বাবে অনলাইনত আবেদন কৰক, সময় অতি কম !”

Leave a Comment