UCO Bank-ত নিযুক্তি, সাক্ষাৎকাৰৰ জৰিয়তে চাকৰি।

WhatsApp Follow

UCO Bank Recruitment 2024 – চাকৰিৰ আকাংক্ষী সকলোৰে বাবে বিশেষ সুখৰ খবৰ। ইতিমধ্যে UCO’ বেংকে কৰ্মচাৰী নিযুক্তি সন্দৰ্ভত এক অধিসূচনা প্ৰকাশ কৰিছে। ইয়াত অনলাইন আবেদন কৰিব পাৰিব। ইয়াৰ উপৰিও আপুনি এই প্ৰতিবেদনখন আৰম্ভণিৰ পৰা শেষলৈকে অধিক বিশদ তথ্যৰ বাবে পঢ়িব লাগিব, বুজিব লাগিব আৰু তাৰ পিছত নিজৰ দায়িত্বত আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব।

পদৰ নাম – চিভিল ইঞ্জিনিয়াৰ (UCO Bank Recruitment 2024)

১) শিক্ষাগত অৰ্হতা – এই পদত আবেদন কৰিবলৈ হ’লে আবেদনকাৰীয়ে নিৰ্দিষ্ট কৰ্ম অভিজ্ঞতাৰ লগতে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা চিভিল ইঞ্জিনিয়াৰিঙৰ বি.ই.বি সম্পূৰ্ণ কৰিব লাগিব। এই বিষয়ে অধিক তথ্য জানিবলৈ সংস্থাটোৰ PDF Download কৰক।

২) খালী পদ – এই পদৰ বাবে ০৩ জন লোকক নিযুক্তি দিয়া হ’ব।

৩) বয়সৰ সীমা – উল্লেখিত পদত আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হব লাগিব তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব। চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা উপলব্ধ হ’ব।

পদৰ নাম – মুখ্য প্ৰযুক্তি বিষয়া

১) শিক্ষাগত অৰ্হতা – এই পদৰ বাবে আবেদন কৰিবলৈ (UCO Bank Recruitment 2024) আবেদনকাৰীয়ে যিকোনো স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী বা এমচিএ ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব আৰু নিৰ্দিষ্ট কৰ্ম অভিজ্ঞতা থাকিব লাগিব। এই বিষয়ে অধিক তথ্য জানিবলৈ সংস্থাটোৰ PDF Download কৰক।

২) খালী পদ – এই পদৰ বাবে ১ জন ব্যক্তি নিযুক্তি দিয়া হ’ব।

৩)বয়সসীমা- উল্লেখিত পদত আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ৪০ৰ পৰা ৫৭ বছৰৰ ভিতৰত হব লাগিব তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব। চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা উপলব্ধ হ’ব।

আৰু পঢ়ক – LIC AGENT কেনেকৈ হ’ব ? প্ৰতিমাহে ৫০ হাজাৰতকৈ অধিক আয়।

পদৰ নাম – মেনেজাৰ আৰ্কটিক (UCO Bank Recruitment 2024)

১) শিক্ষাগত অৰ্হতা – এই পদৰ বাবে প্ৰয়োজনীয় শিক্ষাগত অৰ্হতাৰ বাবে চৰকাৰী PDF Download কৰিব পাৰিব।

২) খালী পদ – এই পদৰ বাবে ২ জন লোকক নিযুক্তি দিয়া হ’ব।

৩) বয়সৰ সীমা – উল্লেখিত পদত আৱেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ২৫ৰ পৰা ৩৫ বছৰৰ ভিতৰত হব লাগিব তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব। চৰকাৰী নিয়ম অনুসৰি বয়সৰ শিথিলতা উপলব্ধ হ’ব।

এই জাননী ক’ৰ পৰা আহিল ?

www.ucobank.com পৰ্টেলত উপলব্ধ তথ্য অনুসৰি আবেদন কৰাৰ আগতে আপুনি সকলো তথ্য পৰীক্ষা কৰিব লাগিব আৰু তাৰ পিছত নিজৰ দায়িত্বত আবেদন কৰিব লাগিব।

নিযুক্তি পদ্ধতি –

ইয়াত সাক্ষাৎকাৰ আৰু নথি পৰীক্ষণ (UCO Bank Recruitment 2024)ৰ জৰিয়তে সঠিক আৰু যোগ্য প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব।

আবেদন মাচুল কিমান ?

ইয়াত আবেদন কৰিব বিচৰা আকাংক্ষীয়ে ইয়াত আবেদন মাচুল দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইয়াত আবেদন মাচুল কিমান আৰু ক’ত আৱেদন মাচুল দিব লাগে, আপুনি নিজৰ দায়িত্বত আবেদন মাচুল দি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰিব কেৱল সংস্থাটোৰ চৰকাৰী PDF Download কৰি।

কেনেকৈ আবেদন কৰিব ?

১) ইয়াত আবেদন কৰিব বিচাৰিলে অনলাইন আবেদন কৰিব লাগিব।
২) প্ৰথমে সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰক।
৩) তাৰ পিছত সম্পূৰ্ণ ফৰ্মখন সঠিকভাৱে পূৰণ কৰক।
৪) তাৰ পিছত সকলো অনুৰোধ কৰা নথি-পত্ৰ নিৰ্দিষ্ট আকাৰ অনুসৰি আপলোড কৰিব লাগিব।

৫) আবেদন প্ৰক্ৰিয়া শেষ নিৰ্দিষ্ট তাৰিখ আৰু সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
৬) ভালকৈ জানিবলৈ সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰি পৰীক্ষা কৰি নিজৰ দায়িত্বত এপ্লিকেচন সম্পূৰ্ণ কৰক।

গুৰুত্বপূৰ্ণ তাৰিখ

আবেদন শেষ তাৰিখ২৯-০১-২০২৪

প্ৰয়োজনীয় লিংক

অফিচিয়েল ৱেবছাইটwww.ucobank.com
Download PDFDownload Now
More DetailsClick Here

Leave a Comment