ৰেচন কার্ড থাকিলে লাভ কৰিব এই কেতিয়া সুবিধা, আজিয়ে আবেদন কৰক

WhatsApp Follow

বন্ধু-বান্ধৱী সকল আপোনাৰ নামত যদি ৰেচন কার্ড আছে তেনেহলে আপুনিও লাভ কৰিব এই কেইতা সুবিধা ! সুবিধা সমূহ কি ? কেনেকৈ আবেদন কৰিব ? আবেদন কৰিবলৈ কি কি নথি-পত্রৰ প্রয়োজন হ’ব ! সকলো কম এই আর্টিকেলটোত, সেই বাবে আজিৰ প্রতিবেদন সম্পূর্ণকৈ পঢ়িব –

অসম চৰকাৰে দুখীয়া পৰিয়ালৰ বাবে আগবঢ়াইছে ৰেচন কার্ড। এই কার্ড থাকিলে বহুতো সা-সুবিধা পোৱা যায় চৰকাৰৰ তৰফৰ পৰা। কিন্তু আমি বহুতেই নাজানো ৰেচন কার্ড থাকিলে আমি কি কি সুবিধা লাভ কৰিব পাৰো, নজনাৰ বাবে আমি বহুত সুবিধাৰ পৰা বঞ্চিত হবলগীয়া হয়। সেই বাবে জানক ৰেচন কার্ড থাকিলে কি কি সুবিধা পোৱা যায়।

১/ আপোনাৰ যদি ৰেচন কার্ড আছে তেনেহলে অতি সহজে লাভ কৰিব পাৰিব উজ্জ্বলা গেছ সংযোগ। আপুনি যদি উজ্জ্বলা গেছৰ বাবে আবেদন কৰে তেনেহলে অতি সহজে উজ্জ্বলা গেছ সংযোগ লাভ কৰিব।

২/ আপোনাৰ যদি ৰেচন কার্ড আছে তেনেহলে অতি সহজে লাভ কৰিব অৰুণোদয় আঁচনি। ৰেচন কার্ড থকা প্রতিজনী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি।

৩/ ৰেচন কার্ড আছে যদি অতি সহজে লাভ কৰিব আয়ুষ্মান কার্ড। আৰু আয়ুষ্মান কার্ডত ৫ লাখ টকাৰ বিনামূলীয়া হাস্পতালৰ খৰচ লাভ কৰিব।

আপোনাৰ বাবে আৰু এটা ভাল খবৰ Assam Minorities Development Board, তৰফৰ পৰা। বিনামূলীয়াকৈ ই-ৰিক্সা, চিলাই মেচিনৰ বাবে আবেদন কৰা নাই, সেই সকলে তলত দিয়া লিংকত ক্লিক কৰি আবেদন কৰিব পাৰিব 👇👇

Click Here

Leave a Comment