আৰম্ভ হ’ল লাখপতি বাইদেউ আঁচনিৰ আবেদন প্ৰক্ৰিয়া, ইয়াতে ক্লিক কৰি আবেদন কৰক

WhatsApp Follow

বন্ধু-বান্ধুৱী সকল আপোনালোকৰ বাবে এটা ভাল খবৰ, আপুনিও লাখপতি হ’ব বিচাৰে নেকি ? তেনেহলে এই আর্টিকেলটো সম্পূর্ণকৈ পঢ়িব, আৰু তলত দিয়া লিংকত ক্লিক কৰি আবেদন কৰিব –

এতিয়া পৰা ৩৯ লাখ পৰিয়াল লাখপতি হ’বলৈ গৈ আছে । অসম চৰকাৰৰ এক বিশেষ আঁচনি যাৰ জৰিয়তে ৩৯ লাখ পৰিয়াল লাখপতি হ’বলৈ গৈ আছে। এই আঁচিনিত আপুনি কেনেকৈ আবেদন কৰিব। লগতে কি ধৰণৰ আপুনি ফ্রম ফিল্লাপ কৰিব লাগিব ! ফ্রম ক’ত পোৱা যাব ! সকলো জনাম এই আর্টিকেলটোৰ জৰিয়তে।

অসম চৰকাৰে উদ্ধামিতা বিকাশ আঁচনি, বা আত্মনিরভৰ অসম আঁচনিৰ দৰে এক বিশেষ আঁচনি মুকলি কৰিছে। যাৰ জৰিয়তে ৩৯ লাখ মহিলা উদ্ধগিলৈ ৩৫,০০০ টকালৈ বিনামূলীয়াকৈ প্রধান কৰা হ’ব।

গ্রাম্য মহিলা উদ্যোগীলৈ সহায়ৰ হাত

গ্রাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্রাম্য জীবিকা অভিযান ছ’চাইটীয়ে ৰূপায়ণ কৰিবলগীয়া আত্মসহায়ক গোটৰ সদস্যসকলক গ্রাম্য মহিলা উদ্যোগী হিচাপে পদোন্নতিৰ বাবে মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ নিৰ্দেশনাত অনুমোদন

পর্যায়ক্রমে ৰূপায়ণ হ’বলগীয়া আঁচনি

প্রথম পর্যায়- যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অন্ততঃ এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণ পুঁজি হিচাপে ১০,০০০ টকা প্রদান কৰা হ’ব

দ্বিতীয় পর্যায় – আত্মসহায়ক গোটৰ সদস্যসকলে বেংকৰ পৰা ন্যূনতম ২৫,০০০ টকাৰ ঋণ লাভ কৰিব, ঋণ পৰিশোধ কৰাৰ পাছত চৰকাৰে ৫০% বা ১২,৫০০ টকা মূলধন ৰাজসাহায্য হিচাপে প্রদান কৰিব।

আৰু পঢ়ক – অসম চৰকাৰে Tractor দিছে, কেনেকৈ আবেদন কৰিব !

প্রয়োজনীয় অর্হতা

৩টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ’ব (সাধাৰণ আৰু অ’ বি চি হিতাধিকাৰীৰ ক্ষেত্ৰত)

৪টাতকৈ অধিক সন্তানৰ মাতৃ যোগ্য বিবেচিত নহ’ব (এছ চি/এছ টি/মৰাণ/মটক/চাহ জনজাতি হিতাধিকাৰীৰ ক্ষেত্ৰত)

কন্যা সন্তান থকা আত্মসহায়ক গোটৰ সদস্যাই বয়সপ্রাপ্ত কৰিলে সন্তানক বিদ্যালয়ত নামভর্তি কৰোৱাটো বাঞ্ছনীয়

অমৃত বৃক্ষ আন্দোলনৰ অধীনত ৰোপণ কৰা পুলিসমূহৰ সুস্থ প্রতিপালন নিশ্চিতকৰণ

অনুদান প্রাপ্তিৰ বাবে ব্যৱসায়িক পৰিকল্পনা (চৰকাৰৰ দ্বাৰা প্রস্তুত আৰু সমৰ্থিত হ’বলগা পৰিকল্পনা) দাখিল

আবেদন প্রক্রিয়া

প্রপত্র নিকটবর্তী পঞ্চায়ত কার্যালয়ত বিনামূলীয়াকৈ উপলব্ধ

প্রপত্র কেবল নির্ধাৰিত তাৰিখত সংগ্রহ কৰিব লাগিব। কোনো ফটোষ্টেট কপী গ্রহণ কৰা নহ’ব

দুখন সংকল্প পত্র দাখিল কৰক:

কন্যা শিশু বিদ্যালয়ত নামভর্তিকৰণ আৰু উল্লিখিত ধৰণে নির্ধাৰিত কৰা অনুসৰি সন্তানৰ সংখ্যা সীমিতকৰণ

তলত ক্লিক কৰি আবেদন কৰক 👇👇

Click Here

3 thoughts on “আৰম্ভ হ’ল লাখপতি বাইদেউ আঁচনিৰ আবেদন প্ৰক্ৰিয়া, ইয়াতে ক্লিক কৰি আবেদন কৰক”

Leave a Comment