অসম চৰকাৰে Tractor দিছে, কেনেকৈ আবেদন কৰিব !

WhatsApp Follow

how to apply subsidy tractor assam – ভাৰত চৰকাৰৰ এক বিশেষ আঁচনি যাৰ জৰিয়তে আপোনালোকে লাভ কৰি Free Tractor কি আঁচনিৰ জৰিয়তে লাভ কৰিব Free Tractor ? তাৰ বাবে কি কি নথি-পত্র লাগিব ? কেনেকৈ আবেদন কৰিব সকলো জনাম এই আর্টিকেলটোৰ জৰিয়য়ে, সেই বাবে সম্পূর্ণ পঢ়ক –

আধুনিক যুগত যাতে খেতিয়ক সকলে আগৰ দৰে খেতি কৰিব নালাগে তাৰ বাবে চৰকাৰে হাতত লৈ এক বিশেষ আঁচনি। এই আঁচনিৰ জৰিয়তে সকলো খেতিয়কক প্রধান কৰা হ’ব বিনামূলীয়াকৈ Tractor

ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ ভাবে আৰাম্ভ কৰিছে এই আঁচনি, এই আঁচনিৰ জৰিয়তে আপুনি ঘৰতে বহি লাভ কৰিব Free Tractor । ভাৰত চৰকাৰ PM Kisan Tractor Asoni আৰু অসম চৰকাৰৰ সমগ্র গ্রাম উন্নয়ন যোজনাৰ জৰিয়তে আবেদন কৰি আপুনি ঘৰলৈ লৈ আহিব পাৰিব ৫০% ছাপচিটি এখন Tractor

কিন্তু আপুনি যদি এজন অসমীয়া আৰু খেতিয়ক তেনেহলে অসম চৰকাৰৰ সমগ্র গ্রাম উন্নয়ন যোজনাৰ জৰিয়তে লাভ কৰিব ৭০% ছাপচিটি এখন Tractor । অর্থাৎ ৫,৫০০০০ টকা পর্যন্ত ৰেহাই। ইয়াৰ উপৰিও বেংকে আপোনাক প্রদান কৰিব ২০% ঋণ। অর্থাৎ মাত্র ১০% খৰচ কৰি ঘৰলৈ লৈ আহিব পাৰিব এখন Tractor

Apply Here 👇👇

Click Here

16 thoughts on “অসম চৰকাৰে Tractor দিছে, কেনেকৈ আবেদন কৰিব !”

Leave a Comment