চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? চানক্যই কি কয় | How To Get The Identity Of A Woman Without Character

(How To Get The Identity Of A Woman Without Character) আমাৰ সমাজৰ বহু মহিলাই নিজৰ মান – মর্যাদা অটুট ৰাখিবলৈ সদায় যত্নপৰ থাকে,  সামাজিক আচৰণৰ পবিত্রতা ৰক্ষা কৰে,  তাৰ বিপৰীতে এনে কিছুমান মহিলা আমাৰ সমাজত আছে যিসকল সদায়ে সমাজৰ বিনাশৰ কাৰণ হৈ পৰে।   আৰু তেনে স্ত্রীক সমাজৰ কলংক বুলি অভহিত কৰা হয়।   এই মহিলাৰ বিষয়ে ধাৰণা কৰা খুবেই কঠিন,  ভাৰতীয় দার্শনিক চানক্যই এনে কিছুমান কথা ব্যক্ত কৰিছিল যাৰ পৰা এই অসৎ মহিলাক চিনাক্ত কৰিব পাৰি, চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? জানিবলৈ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব –

১/  চাণক্য নীতি অনুসৰি যিসকল মহিলাৰ ভৰিৰ কণিষ্ঠ আঙুলি আৰু তাৰ কাষৰ আঙুলি মাটি স্পর্শ নকৰে, আৰু এই কণিষ্ঠ আঙুলি যদি কাষৰ আঙুলিত কৈ সামান্য ডাঙৰ থাকে,   তেওঁলোকে নিজৰ সুবিধা আৰু সময় বুজি চৰিত্ৰ সলনি কৰে ৷  এনেধৰণৰ মহিলা অত্যাধিক ৰাগী আৰু খঙাল হয় ।   এওঁলোকৰ চৰিত্ৰৰ ওপৰত কোনোদিনে বিশ্বাস কৰিব নোৱাৰি,   সহজতে এওঁলোকক নিয়ন্ত্রণ কৰিব নোৱাৰি ।

২/  যিসকল মহিলাৰ ভৰিৰ পতাৰ অগ্রভাগ অতি নিশকতীয়া হয়,  তেওঁলোকৰ জীৱন আৰু পৰিস্থিতি সদাই দুখৰ হয় ৷  আৰু যি মহিলাৰ কাণত অত্যাধিক নোম থাকে তেনে মহিলাই ঘৰত সদায় অশান্তিৰ কাৰক হৈ থাকে ।

৩/  একাধিক পুৰুষৰ লগত সম্পর্ক কৰা মহিলা কেতিয়াওঁ ভাল নহয়,  সেই মহিলাই এজনৰ লগত থাকে আৰু মনে মনে চিন্তা কৰে আন এজনৰ।  এই ধৰণৰ মহিলাই এজন পুৰুষৰ বাবে অতি ক্ষতিকৰ ।

আৰু পঢ়ক-

৪/ যিসকল মহিলাৰ ভৰিৰ গোৰোহাৰ পিছ ভাগ অতি মোটা থাকে তেনে মহিলাক ঘৰৰ বাবে অশুভ মান্যতা দিয়া হয় ।

CopyAMP code

1 thought on “চৰিত্রহীন মহিলাৰ পৰিচয় কেনেকৈ পাব ? চানক্যই কি কয় | How To Get The Identity Of A Woman Without Character”

Leave a Comment