ভাৰতীয় বায়ুসেনাৰ নিযুক্তি, দৰমহা ৩০,০০০/- টকা

WhatsApp Follow

ভাৰতীয় বায়ুসেনা নিযুক্তি (IAF Recruitment 2024)ৰ অধিসূচনা জাৰি কৰা হৈছে। ভাৰতীয় বায়ুসেনা দেশৰ অন্যতম বিখ্যাত আৰু সন্মানীয় ক্ষেত্ৰ আৰু ইয়াত সেৱা আগবঢ়োৱাৰ সপোন বহুতে দেখে। সেই ক্ষেত্ৰত নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি চাকৰি বিচৰা আৰু বায়ুসেনাত কাম কৰিবলৈ ইচ্ছুক যিকোনো যুৱক-যুৱতীয়ে ইয়াত আবেদন কৰিব পাৰিব।

নিযুক্তি সংস্থা – ভাৰতীয় বায়ুসেনা ndian Air Force ৰ দ্বাৰা এই নিযুক্তিৰ আয়োজন কৰা হয়।

পদৰ নাম – ভাৰতীয় বায়ুসেনাই এই নিযুক্তিৰ জৰিয়তে অগ্নিবীৰ বায়ুসেনাৰ পদত কৰ্মী নিযুক্তি দিয়ে।

শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা বিজ্ঞান বিভাগত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’লেহে ইয়াত আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ বয়সৰ সীমা – আবেদনকাৰীৰ জন্ম ২০২৪ চনৰ ০২ জানুৱাৰীৰ পৰা ২০০৭ চনৰ ০২ জুলাইৰ ভিতৰত হ’ব লাগিব।

মাহেকীয়া দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ মাহিলী দৰমহা হ’ব ৩০,০০০/- টকা।

আবেদন পদ্ধতি – অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব।

আৰু পঢ়ক – IGNOU বিভিন্ন পদৰ বাবে নিযুক্তি, দৰমহা ৩৫,০০০/- টকা

১/ অনলাইন পঞ্জীয়ন আৰু তলত দিয়া আবেদন লিংকত ক্লিক কৰি আপোনাৰ সকলো সবিশেষ তথ্যৰে ফৰ্ম পূৰণ কৰা।

২/ আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইলৰ সৈতে অনলাইন পঞ্জীয়ন কৰক।

৩) অনলাইন ফৰ্ম পূৰণৰ ক্ষেত্ৰত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি লিখক।

৪/ পাছপ’ৰ্ট আকাৰৰ ৰঙীন ফটো আপলোড কৰিবলৈ কোৱা হ’লে সকলো গুৰুত্বপূৰ্ণ নথি-পত্ৰৰ সৈতে স্বাক্ষৰ এটা এটাকৈ আপলোড কৰিব লাগে।

৫) শেষত submit বুটামত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰৰ প্ৰিন্ট আউট লৈ নিজৰ লগত ৰাখিব।

আবেদনৰ অন্তিম তাৰিখ – ১৭/০১/২০২৪ৰ পৰা ০৬/০২/২০২৪ লৈ আবেদন কৰিব পাৰিব।

Important Links

Official NotificationClick Here 
Official WebsiteClick Here 
Apply OnlineClick Here 

1 thought on “ভাৰতীয় বায়ুসেনাৰ নিযুক্তি, দৰমহা ৩০,০০০/- টকা”

Leave a Comment