এই ২টা সামগ্ৰী আপোনাৰ মানিবেগত ৰাখিলে কেতিয়াও টকাৰ অভাৱ নহয় !

Daily Job Update Follow

( If you keep these 2 items in your possession, there is no shortage of money ) মানুহৰ হাতলৈ ধন যেনেকৈ আহে, তেনেকৈয়ে খৰছ হয় । সেইবাবে কোৱা হয় পইচা হৈছে চুই চা । কিন্তু অলেখ কষ্ট কৰিও যদি আপোনাৰ মানিবেগত যদি প্ৰয়োজনীয় ধন নাথাকে তেনেহলে তাৰ বাবে আপুনি নিশ্চিতভাৱে অন্য কিছু পন্থা অৱলম্বন কৰা উচিত ।

বাস্তু শাস্ত্ৰৰ মতে, আপুনি যদি কিছু নিয়ম মানি চলে তেন্তে আপোনাৰ মানিবেগ কেতিয়াও খালী নহয় । তাৰ বাবে আপুনি মানিবেগত ৰাখিব লাগিব কিছু বস্তু। বাস্তু শাস্ত্ৰৰ মতে তলত উল্লেখ কৰা এই চাৰিবিধ বস্তু আপোনাৰ মানিবেগত ৰাখিলে আপোনাৰ আৰ্থিক নাটনি কেতিয়াও নহয় ।

পদুমৰ বীজঃ বাস্তু শাস্ত্ৰত পদুমৰ বীজক অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰা হয় । বিশ্বাস আছে যে, পদুমৰ বীজৰ ওপৰত মা লক্ষ্মী সহজে সন্তুষ্ট হয় । এই পদুমৰ বীজ আপোনাৰ মানিবেগত ৰাখিলে আপোনাৰ কেতিয়াও আৰ্থিক নাটনি নহয় । পদুমৰ কলি মানিবেগত ৰাখিলে আৰ্থিক অৱস্থাৰ লগতে মানুহৰ মানসিক অৱস্থাও সুস্থিৰ হয় ।


আৰু পঢ়ক
মাজে সময়ে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ আচল কাৰণ কি ?
আপোনাৰ দাঁতে নিৰ্ধাৰণ কৰিব আপোনাৰ ব্যক্তিত্ব ! জানক ভৱিষ্যতে কি হ’ব পাৰে !


আহত গছৰ পাতঃ আহত গছৰ পাতত ভগৱান বিষ্ণুয়ে বাস কৰে বুলি ধৰা হয় । যেতিয়া বিষ্ণু সন্তুষ্ট হয়, তেতিয়া আপুনা-আপুনি সন্তুষ্ট হয় মা লক্ষ্মী । আপুনি আহতৰ পাত গংগা জলেৰে শুদ্ধি কৰি আপোনাৰ মানিবেগত ৰাখিব পাৰে । কিন্তু এটা কথা সদায় মনত ৰাখিব যে, আপোনাৰ মানিবেগত এই আহত গছৰ পাতখিলাক যাতে অইন কোনেও দেখা নাপায় ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment