ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেডত নিযুক্তি, দৰমহা: ৩০,০০০ টকাৰ পৰা।

WhatsApp Follow

ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেডে কাৰ্যবাহী পদত বহু সংখ্যক নিযুক্তিৰ বাবে যোগ্য আৰু উদ্দেশ্যপ্ৰণোদিত প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন আমন্ত্ৰণ জনাইছে। এই চাকৰি বিচাৰি থকা আৰু এই শিতানত কেৰিয়াৰ গঢ়িব বিচৰা প্ৰাৰ্থীসকলে ইয়াত অনলাইনত সহজেই আবেদন কৰিব পাৰিব। ইয়াত অসমৰ সকলো বাসিন্দাই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত সকলো পুৰুষ-মহিলাই কাম কৰিব পাৰে।

চাকৰি আবেদনকাৰিসকলে ২১ বছৰৰ ওপৰৰ হ’লেহে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাকৰি পোৱা সকলক প্ৰতিমাহে বিপুল পৰিমাণৰ দৰমহা দিয়া হ’ব। গতিকে, চাকৰিটোৰ বাবে আবেদন কৰিব বিচৰাসকলৰ সুবিধাৰ বাবে চাকৰিটোৰ বিষয়ে বিতং তথ্য তলত ভালদৰে আলোচনা কৰা হৈছে – নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

পদৰ নাম: এই চাকৰি নিযুক্তিৰ বাবে প্ৰকাশ কৰা পদৰ নাম হৈছে কাৰ্যবাহী (executive)।

পদৰ সংখ্যা: মুঠ পদ ৪৭ টা।

দৰমহা: এই পদত নিযুক্ত প্ৰাৰ্থীৰ বাবে প্ৰতিমাহে ৩০,০০০ টকা দৰমহা প্ৰদান কৰা হ’ব।

নূন্যতম শৈক্ষিক অৰ্হতা: যিকোনো শাখাত স্নাতক আৰু First preference MBA(Sales/Marketing) থকা প্ৰাৰ্থী হ’লে ইয়াত আবেদন কৰিব পাৰিব।

অৰ্হতাৰ পিছৰ কৰ্ম অভিজ্ঞতা: সতেজ অৰ্থাৎ কৰ্ম অভিজ্ঞতা নথকা প্ৰাৰ্থীসকলেও এই পদৰ বাবে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ লিংক তলত দিয়া আছে।

বয়সৰ সীমা: এই পদৰ আবেদনকাৰিৰ বয়স ০১-০৩-২০২৪ তাৰিখলৈকে ২১ৰ পৰা ৩৫ বছৰৰ ভিতৰত হ’ব লাগিব।

সংস্থা: IPPB (ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেড) ।

চাকৰিৰ ধৰণ: Central Govt Job

লগতে চাওক – টাটা মটৰ্ছ লিমিটেডৰ সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি, মুঠ খালী পদ ২৭৬৬।

চাকৰিৰ পদ্ধতি: এই পদৰ চাকৰিৰ আবেদনৰ বাবে অনলাইন পদ্ধতি প্ৰয়োগ কৰিব লাগিব। অনলাইন আবেদন কৰিবৰ বাবে তলত অফিচিয়েল লিংক দি থোৱা আছে, তাত গৈ ক্লিক কৰি আবেদনকাৰিসকলে
নিজৰ নিজৰ তথ্যসমূহ শুদ্ধকৈ অনলাইন ফ্ৰমত পূৰ কৰিব লাগিব, লগতে তাত বিচৰা তথ্যসমূহ অনলাইন পদ্ধতিৰে আপলোড কৰি প্ৰেৰণ কৰিব লাগিব। আবেদন কৰাৰ লিংক তলত দিয়া আছে।

আবেদনৰ মাছুল: আবেদনৰ বাবে ST, SC, PWD শ্ৰেণীৰ প্ৰাৰ্থীসকলে ১৫০ টকা অনলাইন পদ্ধতিৰে মাছুল প্ৰেৰণ কৰিব লাগিব; আৰু বাকী প্ৰাৰ্থীয়ে ৭৫০ টকা আবেদনৰ বাবদ অনলাইন পদ্ধতিৰে মাছুল দিব লাগিব।

আবেদনৰ তাৰিখ: আবেদনৰ শেষ তাৰিখ হৈছে ১৩/০৪/২০২৪, এই তাৰিখৰ ভিতৰত আবেদন সম্পূৰ্ণ কৰিব লাগিব।

আবেদন কৰিবলৈ তলত ক্লিক কৰক

Advertisement DetailsClick Here
Apply OnlineClick Here
Join Whatsapp GroupJoin Now

1 thought on “ইণ্ডিয়া পোষ্ট পেমেণ্টছ বেংক লিমিটেডত নিযুক্তি, দৰমহা: ৩০,০০০ টকাৰ পৰা।”

Leave a Comment