টাটা মটৰ্ছ লিমিটেডৰ সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি, মুঠ খালী পদ ২৭৬৬।

WhatsApp Follow

ৰাজ্যিক চাকৰিৰ আকাংক্ষীসকলৰ বাবে এক নতুন সুখৰ খবৰ। ৰাজ্যত টাটা মটৰ্ছ লিমিটেডৰ কাৰ্যালয়ত নিযুক্তিৰ অধিসূচনা। ভাল দৰমহা পোৱা চাকৰি বিচৰা অপেক্ষাৰত চাকৰিৰ আকাংক্ষী সকলৰ বাবে সোণালী সুযোগ। কোনো পৰীক্ষা নোহোৱাকৈ সাক্ষাৎকাৰৰ ভিত্তিতহে বহু খালী পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।

ইয়াত ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে আবেদন পত্ৰ পূৰণ কৰিব পাৰিব। আবেদনৰ পদ্ধতি কি হ’ব? বয়সৰ সীমা কিমান? মাহিলী দৰমহা কিমান হ’ব? ইত্যাদি আজিৰ এই প্ৰতিবেদনে আৰম্ভণিৰ পৰা শেষলৈকে সকলো জাননী পঢ়িব লাগিব বুজিবলৈ তেতিয়াহে নিজৰ দায়িত্বত আবেদনখন সম্পূৰ্ণ কৰিব লাগিব। আবেদন কৰাৰ লিংক তলত দিয়া আছে।

নিযুক্তি সংস্থাTATA Motors Limited
পোষ্টৰ নামVarious
মুঠ খালী পদ২৭৬৬
আবেদন পদ্ধতিঅনলাইন
আবেদনৰ শেষ তাৰিখ ২৯/০৪/২০২৪

পদৰ নাম আৰু খালী পদ 

১) ইয়াত নিযুক্তি দিবলগীয়া পদসমূহৰ নাম হ’ল – কাৰ্যবাহী স্নাতক, প্ৰশিক্ষাৰ্থী অভিযন্তা, একাউণ্টেণ্ট, ভাৰপ্ৰাপ্ত বিষয়া, সহকাৰী অভিযন্তা, তত্বাৱধায়ক, অভিযন্তা, এৰিয়া মেনেজাৰ, টেৰিটৰী বিক্ৰী পৰিচালক, প্ৰডাক্ট বিশেষজ্ঞ। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক 👉 ( Join Now )

২) এই টাটা মটৰ কোম্পানীৰ বিভিন্ন পদত মুঠ ২৭৬৬ টাতকৈ অধিক পদ খালী হৈছে।

বয়সৰ সীমা আৰু দৰমহা

১) প্ৰাৰ্থীৰ বয়সৰ সীমা ১৮ বছৰৰ পৰা সৰ্বাধিক ৪০ বছৰলৈকে উল্লেখিত পদত আবেদন কৰিব পাৰিব। 

২) যিহেতু ইয়াত বহুত পদ আছে গতিকে প্ৰতিটো পদৰ বাবে বিভিন্ন দৰমহাৰ কথা উল্লেখ কৰা হৈছে। অৱশ্যে নিযুক্তিপ্ৰাপ্ত প্ৰাৰ্থীসকলে ২৪৩০০ টকাৰ পৰা ৫৮৮০০ টকাৰ ভিতৰত মাহিলী দৰমহা লাভ কৰিব। তলত লিংক দিয়া আছে ।

লগতে চাওক – সীমা সুৰক্ষা বাহিনীত নিযুক্তি, দৰমহা ৩৫,০০০ টকাৰ পৰা আৰাম্ভ !

শিক্ষাগত অৰ্হতা ( TATA Motors Vacancy 2024)

এই পদসমূহৰ বাবে নিৰ্দিষ্ট শিক্ষাগত অৰ্হতা থকা প্ৰাৰ্থীয়েহে আৱেদন কৰিব পাৰিব। আবেদনকাৰীয়ে শিক্ষাগত অৰ্হতা হিচাপে স্বীকৃতিপ্ৰাপ্ত যিকোনো বিদ্যালয়ৰ পৰা মধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। মধ্যমিক উত্তীৰ্ণৰ অৰ্হতাৰ উপৰিও উচ্চতৰ মাধ্যমিক আৰু স্নাতক উত্তীৰ্ণ হোৱা উচ্চ অৰ্হতাৰ প্ৰাৰ্থীয়েও আবেদন কৰিব পাৰিব। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক 👉 ( Join Now )

নিযুক্তি প্ৰক্ৰিয়া

এই পদসমূহৰ বাবে ( TATA Motors Vacancy 2024 ) প্ৰাৰ্থীসকলে পৰীক্ষা কৰিবলৈ কোনো লিখিত আৰু অনলাইন অধিক পৰীক্ষা দিব নালাগিব। উপযুক্ত অৰ্হতা থকা প্ৰাৰ্থীক সাক্ষাৎকাৰ আৰু নথি পৰীক্ষণৰ জৰিয়তে এই পদসমূহত নিযুক্তি দিয়া হ’ব।

এই জাননী ক’ৰ পৰা আহিল ?

careers.tatamotors.com পৰ্টেলত উপলব্ধ তথ্য অনুসৰি আবেদন কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰি বুজিব লাগিব, তাৰ পিছত নিজৰ দায়িত্বত আবেদন কৰিব লাগিব। তলত লিংক দিয়া আছে ।

কেনেকৈ আবেদন কৰিব? 

১) ইয়াত আবেদন কৰিবলৈ অনলাইন আবেদন কৰিব লাগিব।
২) প্ৰথমে সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰক।
৩) তাৰ পিছত সম্পূৰ্ণ ফৰ্মখন সঠিকভাৱে পূৰণ কৰক ( TATA Motors Vacancy 2024)।
৪) তাৰ পিছত সকলো অনুৰোধ কৰা নথি-পত্ৰ নিৰ্দিষ্ট আকাৰ অনুসৰি আপলোড কৰিব লাগিব।
৫) আৱেদন প্ৰক্ৰিয়া শেষ নিৰ্দিষ্ট তাৰিখ আৰু সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব।
৬) ভালকৈ জানিবলৈ সংস্থাটোৰ চৰকাৰী অধিসূচনা ডাউনলোড কৰি পৰীক্ষা কৰি নিজৰ দায়িত্বত এপ্লিকেচন সম্পূৰ্ণ কৰক। তলত লিংক দিয়া আছে ।

গুৰুত্বপূৰ্ণ তাৰিখ

আবেদন শেষ তাৰিখ২৯/০৪/২০২৪

আবেদন কৰিবলৈ তলত ক্লিক কৰক

🌐 অফিচিয়েল ৱেবছাইটcareers.tatamotors.com
অনলাইন আবেদন কৰকইয়াত ক্লিক কৰক
Join Whatsapp GroupJoin Now

1 thought on “টাটা মটৰ্ছ লিমিটেডৰ সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি, মুঠ খালী পদ ২৭৬৬।”

Leave a Comment