(Many men do not like this habit of women) সকলো মানুহ এক ধৰণৰ নহয়, কিছু কিছু অভ্যাস থাকে যি লিংগ বিত্তিত ধৰি লোৱা হয় । তেনেই কিছুমান অভ্যাস আছে যি কিছুমান পুৰুষে পছন্দ নকৰে ! সকলো মানুহ এক ধৰণৰ নোহোৱাৰ বাবে তেওঁলোকৰ পছন্দও বেলেগ বেলেগ হৈ থাকে । যেনে – কিছুমান পুৰুষে নিবিচাৰে তেওঁৰ সংগী বহুত সাজি কাচি থাকক ।
কিন্তু নাৰীয়ে সদায় চেষ্টা কৰে সাজি কাচি থাকিবলৈ, কিছুমান পুৰুষে নিবিচাৰে তাৰ সংগীয়ে চুটি কাপোৰ পৰিধান কৰক ! আৰু বহু ক্ষেত্রৰ অমিল দেখা যায় ! তাৰে ভিতৰত ৩টা অভ্যাস পছন্দ নকৰে কিছুমান পুৰুষে । কি সেই ৩টা অভ্যাস জানো আহক –
১/ মনৰ কথা মুখেৰ নকৈ মনত ৰখা । কিছুমান নাৰী বিচাৰে যে তাইৰ সংগীয়ে তাইৰ মনৰ কথা বুজি পাওক ! আচলোতে বহু পুৰষৰ ক্ষেত্রত সেয়া বুজা সম্ভৱ নহয়, সেই বাবে নাৰীৰ মনৰ কথা মনতেই ৰখাৰ অভ্যাসক কিছুমান পুৰুষে পছন্দ নকৰে । সেই বাবে মনৰ কথা মনত নাৰাখি মুখেৰে কৈ দিয়া ভাল ।
২/ বেছি সময় কথা কোৱা । মহিলা সকলে নিজৰ মনৰ কথা ভাগ বতৰা কৰিবলৈ বহুত পছন্দ কৰে ! কিন্তু কিছুমান পুৰুষ ফোনত বেছি সময় কথা ক’বলৈ পছন্দ নকৰে, আৰু বেছি সময় কথা কোৱা মহিলাক বহু পুৰুষে পছন্দ নকৰে ।
আৰু পঢ়ক-
- সঁচা প্রেম নে টাইম পাছ | জানক এই ৫ টা কথাৰে।
- কিতাপ পঢ়াৰ উপকাৰিতা।
- স্বামীক নিয়ন্ত্রণ কৰিবলৈ এই ৫ টা পৰামর্শ গ্রহণ কৰক।
- দৰিদ্ৰ হ’ব নিবিছাৰে যদি আজিয়েই দূৰ কৰক এই কেইবিধ বস্তু।
৩/ নিজৰ বঢ়িত থিয় হোৱা । বহু মহিলাই বিচাৰে নিজে সক্ষম হ’বলৈ, নিজে উপার্জন কৰিবলৈ, আৰু সামাজিক ভাৱে প্রতিষ্ঠিত হ’বলৈ ! কিন্তু এই সমূহ অভ্যাস কিছুমান পুৰুষে পছন্দ নকৰে । কিছুমান পুৰুষে ভাৱে মহিলা অকল ঘৰতেই সিমাবদ্ধ থাকক । যিবিলাক মহিলাই নিজে সক্ষম হ’বলৈ চেষ্টা কৰে তেওঁলোকক কিছুমান পুৰুষে পছন্দ নকৰে ।