ঘৰৰ নতুন তালিকা, তালিকাত নাম চাওক এইদৰে !

WhatsApp Follow

PM Awas Yojana Gramin New List 2024 – আৱাস যোজনা হাউছৰ নতুন তালিকা প্ৰকাশ ! ঘৰৰ তালিকা কেনেকৈ পৰীক্ষা কৰিব পাৰি চাওক আজিৰ প্ৰতিবেদনত। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ তালিকা ঘৰতে থকা মোবাইলৰ পৰা অনলাইনযোগে চাব পাৰিব।

গৃহ নিৰ্মাণ আঁচনিৰ ঘৰটোৰ বাবে দিয়া মুঠ ধনৰাশি ১ লাখ ২০ হাজাৰ টকা। এই ধন তিনিটা কিস্তিত পঠিওৱা হয়। প্ৰথম কিস্তিৰ ৬০ হাজাৰ টকা, দ্বিতীয় কিস্তিৰ ৫০ হাজাৰ টকা আৰু তৃতীয় কিস্তিৰ ১০ হাজাৰ টকা। এইদৰে ১ লাখ ২০ হাজাৰ টকা তিনিটা পৰ্যায়ত প্ৰেৰণ কৰা হয়।

আৱাস যোজনাৰ ঘৰৰ ধন পোনপটীয়াকৈ আবেদনকাৰীৰ বেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়। আবেদনৰ সময়ত দিয়া বেংক একাউণ্ট নম্বৰ, টকাখিনিবেংক একাউণ্টলৈ প্ৰেৰণ কৰা হয়।

গৃহ নিৰ্মাণ আঁচনিৰ তালিকাত আপোনাৰ নাম আছে নে নাই অনলাইনত মোবাইল ফোনযোগে পৰীক্ষা কৰক। ইয়াৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অফিচিয়েল ৱেবছাইট জাওক। তাৰ পিছত Awaassoft ত ক্লিক কৰক, তাৰ পিছত Report ত ক্লিক কৰক, তাৰ পিছত Beneficiary details ত ক্লিক কৰক ভেৰিফিকেচনৰ বাবে।

পৰৱৰ্তী পৃষ্ঠাত ৰাজ্যৰ নাম, জিলাৰ নাম, ব্লক, গাঁও পঞ্চায়ত আদি নিৰ্বাচন কৰি জমা দিয়াৰ পিছত তালিকাখন ওলাব। আপোনাৰ মোবাইলত তালিকা চবলৈ তলত ক্লিক কৰক 👇👇

3 thoughts on “ঘৰৰ নতুন তালিকা, তালিকাত নাম চাওক এইদৰে !”

Leave a Comment