ডাক বিভাগৰ গ্ৰুপ চি পদত নিযুক্তি, দৰমহা ১৯,৯০০/- টকা

WhatsApp Follow

Post Department Recruitment 2024 – অধিসূচনা জাৰি কৰা হৈছে। মূলতঃ গ্ৰুপ চি পৰ্যায়ৰ পদ আৰু অসংখ্য খালী পদত নিযুক্তি দিয়া হ’ব। দীৰ্ঘদিন ধৰি নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি ভাল চাকৰি বিচাৰি আৰু ডাক বিভাগত কাম কৰিব বিচৰা ইয়াত আবেদন কৰিব পাৰিব।

নিযুক্তি সংস্থা – এই নিযুক্তি ডাক বিভাগে কৰিব।

পদৰ নাম – ডাক বিভাগৰ এই নিযুক্তি গ্ৰুপ চি পৰ্যায়ৰ পদৰ বাবে কৰা হ’ব।

শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা নূন্যতম মধ্যম উত্তীৰ্ণ।

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৮ বছৰৰ পৰা ২৭ বছৰৰ ভিতৰৰ যিকোনো ব্যক্তিক আবেদনৰ যোগ্য বুলি গণ্য কৰা হ’ব।

মাহিলী দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ গড় মাহিলী দৰমহা নূন্যতম ১৯,৯০০/- টকাৰ পৰা আৰম্ভ হ’ব।

আৰু পঢ়ক – টেলিকম বিভাগত সহায়ক পদত নিযুক্তি, দৰমহা ৩৫,৪০০ /- টকা

আবেদন পদ্ধতি – আপুনি অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে।

১/ তলত দিয়া লিংকৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰক।

২/ এই আবেদন প্ৰ-পত্ৰখন আপোনাৰ সকলো সবিশেষ সাৱধানে পূৰণ কৰক।

৩/ ফৰ্মত আপোনাৰ ৰঙীন পাছপৰ্ট আকাৰৰ ফটো আৰু স্বাক্ষৰ যোগ কৰক।

৪) শেষত এটা খামত সকলো নথি-পত্ৰ পূৰণ কৰি নিৰ্দিষ্ট তাৰিখৰ ভিতৰত নিৰ্দিষ্ট ঠিকনালৈ প্ৰেৰণ কৰক।

আবেদনৰ অন্তিম তাৰিখ – ১৬/০২/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব।

Important Links

Official Notification/ Application FormClick Here
Official WebsiteClick Here

1 thought on “ডাক বিভাগৰ গ্ৰুপ চি পদত নিযুক্তি, দৰমহা ১৯,৯০০/- টকা”

Leave a Comment