টেলিকম বিভাগত সহায়ক পদত নিযুক্তি, দৰমহা ৩৫,৪০০ /- টকা

WhatsApp Follow

Telecom Department Assistant Post Recruitment 2024 – টেলিকম ৰেগুলেটৰী অথৰিটি অৱ ইণ্ডিয়াই সহকাৰী পদৰ বাবে নিযুক্তি দিব। প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব লাগিব। ডেপুটেচনৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। আবেদন প্ৰক্ৰিয়া, নিযুক্তি প্ৰক্ৰিয়া আদিৰ বিষয়ে এই প্ৰতিবেদনত আলোচনা কৰা হৈছে।

জাননী নং- ১-১৩/২০২৩- Admn. & Pers.

জাননী প্ৰকাশৰ তাৰিখ – ২১/১২/২০২৩

নিযুক্তি দিবলগীয়া পদ – সহায়ক / Assistant

খালী পদ – অধিসূচনাত উল্লেখ কৰা হোৱা নাই।

অৰ্হতা – আবেদন কৰিবলৈ প্ৰাৰ্থীৰ পে লেভেল ২ হিচাপে ১০ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ৫৬ বছৰ এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব।

মাহিলী দৰমহা – ইয়াত প্ৰাৰ্থীক পে লেভেল ৬ অনুসৰি প্ৰতিমাহে ৩৫৪০০-১১২৪০০ টকা দিয়া হ’ব।

নিযুক্তি প্ৰক্ৰিয়া – ইয়াত ডেপুটেচনৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব।

আৰু পঢ়ক – ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ নিযুক্তি, দৰমহা ৬০,০০০/- টকা

কৰ্মসংস্থাপনৰ স্থান – TELECOM REGULATORY AUTHORITY OF INDIA ইয়াৰ বাংগালুৰু কাৰ্যালয়ত নিযুক্তি দিয়া হ’ব।

নিযুক্তিৰ অন্তিম তাৰিখ – ৩১/০৩/২০২৫ পৰ্যন্ত এই পদত নিযুক্তি দিয়া হ’ব।

আবেদনৰ পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। ইয়াৰ বাবে https://vacancies, trai.gov.in জাওক আৰু আপোনাৰ সকলো সবিশেষ তথ্যৰে আবেদন পত্ৰ পূৰণ কৰক। তাৰ পিছত পাছপ’ৰ্টৰ আকাৰৰ ফটো আৰু চহী আপলোড কৰি শেষত জমা দিব।
এই ভৰোৱা প্ৰ-পত্ৰখনৰ প্ৰিন্ট আউট লৈ তলৰ ঠিকনাত জমা দিয়ক।

আবেদন প্ৰেৰণ কৰিবলৈ ঠিকনা – Senior Research (A&P), Telecom Regulatory Authority of India, Mahanagar Door Sa Bhawan, J. L. Nehru Marg (Old Minto Road), Next to Zakir Hussain College,
New Delhi-110002

গুৰুত্বপূৰ্ণ তাৰিখ – ইয়াত অনলাইন আবেদন কৰাৰ শেষ তাৰিখ ২৯/০১/২০২৪।

Important Links –

Official NoticeDownload
Apply onlineApply Now
Official websiteClick Here

1 thought on “টেলিকম বিভাগত সহায়ক পদত নিযুক্তি, দৰমহা ৩৫,৪০০ /- টকা”

Leave a Comment