ডাকঘৰ Group C কৰ্মচাৰী নিযুক্তি, দ্ৰুত আবেদন কৰক !

WhatsApp Follow

Post Office Recruitment 2024: শেহতীয়াকৈ ভাৰতীয় ডাক বিভাগৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰা হৈছে। অধিসূচনা অনুসৰি অতি শীঘ্ৰে বাংগালুৰুত বহু নন গেজেটেড গ্ৰুপ চি পদৰ যোগ্য চাকৰি প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। অফলাইনৰ জৰিয়তে আবেদন কৰক। গতিকে আৱেদন কৰাৰ আগতে এই নিযুক্তি সম্পৰ্কে সবিশেষ জানি আৱেদন কৰাটো বাঞ্ছনীয়। লগতে নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

খালী পদৰ সবিশেষ – চৰকাৰী অধিসূচনাত দিয়া তথ্য অনুসৰি বাংগালুৰুৰ ১১টা স্থানত মুঠ ২৭ জন ষ্টাফ কাৰ চালক নিযুক্তি দিয়া হ’ব।

আবেদন কৰাৰ যোগ্যতা – (১)। ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো ব’ৰ্ডৰ পৰা নূন্যতম মধ্যম পাছ।
(২)। গধুৰ মটৰ গাড়ী চলাবলৈ ড্ৰাইভিং লাইচেন্স থাকিব লাগিব।
(৩)। মটৰ মেকানিজমৰ জ্ঞান থাকিব লাগিব।
(৪)। গধুৰ মটৰ গাড়ী চলোৱাৰ তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগে। বয়স নূন্যতম ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৭ বছৰৰ ভিতৰত হ’ব লাগে। সূচী কাষ্ট আৰু অনুসূচী জনজাতি শ্ৰেণীৰ চাকৰি প্ৰত্যাশীসকলৰ বয়সৰ শিথিলতা ৫ বছৰ, অ’বিচিৰ ৩ বছৰ। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

আবেদন পদ্ধতি – চাকৰিৰ আকাংক্ষীসকলে অফলাইনৰ জৰিয়তে আবেদন কৰিব লাগিব। এনে ক্ষেত্ৰত আপুনি প্ৰথমে প্ৰয়োজনীয় তথ্যসহ এটা বায়’ডাটা প্ৰস্তুত কৰিব লাগে। তাৰ পিছত নিৰ্দিষ্ট সময়ৰ পূৰ্বে স্পীড ডাকযোগে চৰকাৰী অধিসূচনাত দিয়া চৰকাৰী ঠিকনাত আবেদন জমা দিব।

লগতে চাওক – আধাৰ কাৰ্যালয়ত বিশাল নিযুক্তি, আজিয়ে আবেদন কৰক !

গুৰুত্বপূৰ্ণ তাৰিখ – ২০/০৪/২০২৪ তাৰিখে অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰা জাননী। আবেদন পত্ৰ জমা দিয়াৰ অন্তিম তাৰিখ ১৪/০৫/২০২৪।

Official NotificationClick Here
Join Whatsapp GroupJoin Now

2 thoughts on “ডাকঘৰ Group C কৰ্মচাৰী নিযুক্তি, দ্ৰুত আবেদন কৰক !”

Leave a Comment