আধাৰ কাৰ্যালয়ত বিশাল নিযুক্তি, আজিয়ে আবেদন কৰক !

WhatsApp Follow

UIDAI Recruitment 2024: আধাৰ কাৰ্যালয়ত চাকৰিৰ সুযোগ। কৰ্মচাৰী নিযুক্তি দিব UDAI য়ে। ইয়াত সহকাৰী খণ্ড বিষয়া আৰু একাউণ্টেণ্ট নিযুক্তিৰ বাবে অধিসূচনা প্ৰকাশ কৰা হৈছে। কোনে আবেদন কৰিব পাৰে? শৈক্ষিক অৰ্হতা কি হ’ব? চাকৰিটো কিমান দিনলৈ হ’ব? দৰমহাৰ গাঁথনি কি হ’ব? কেনেকৈ আবেদন কৰিব? সকলোৰে বিষয়ে এই প্ৰতিবেদনত বিতংভাৱে আলোচনা কৰা হৈছে।

খালী পদসমূহ কি কি (UIDAI Recruitment 2024)?
ইউডিআইৰ কাৰ্যালয়ৰ পৰা অহা অধিসূচনা অনুসৰি সহকাৰী খণ্ড বিষয়া আৰু একাউণ্টেণ্ট পদত দুজন কৰ্মচাৰী নিযুক্তি দিয়া হ’ব যেন লাগে। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

কামৰ সময় কিমান দিন হ’ব?
মূলতঃ ই এটা চুক্তিবদ্ধ পদ। গতিকে চাকৰিটো স্থায়ী নহ’ব। এই কৰ্মচাৰী দুজনক পাঁচ বছৰৰ বাবে ডেপুটেচন পিৰিয়ডত নিযুক্তি দিয়া হ’ব। কিন্তু তিনি বছৰলৈকে এই সংস্থাটোৱে প্ৰয়োজন হ’লে কম সময়ৰ বাবে শ্ৰমিক বাছি ল’ব পাৰে (UIDAI Recruitment 2024)।

বয়সৰ সীমা কিমান হ’ব লাগে?
ইয়াত আবেদন কৰিব বিচৰা প্ৰাৰ্থীৰ বয়স ৫৬ বছৰৰ ভিতৰত হ’ব লাগে।

কেনেধৰণৰ দৰমহা দিয়া হ’ব?
সহকাৰী খণ্ড বিষয়া পদৰ বাবে নিৰ্বাচিত হোৱা কৰ্মচাৰীসকলক মাহিলী নূন্যতম দৰমহা ৩৫ হাজাৰ ৪০০ টকা আৰু সৰ্বোচ্চ মাহিলী দৰমহা ১ লাখ ১২ হাজাৰ ৪০০ টকা। আনহাতে, একাউণ্টেণ্ট হিচাপে নিযুক্তি দিয়াসকলে মাহিলী নূন্যতম দৰমহা ২৯ হাজাৰ ২০০ টকা আৰু সৰ্বোচ্চ ৯২ হাজাৰ ৩০০ টকা লাভ কৰিব। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

লগতে চাওক – ডাকঘৰত গ্ৰুপ-C কেটেগৰীত নিযুক্তি, অৰ্হতা মাধ্যমিক উত্তীৰ্ণ !

কি কি অৰ্হতাৰ প্ৰয়োজন?
এই পদত নিৰ্বাচিত বা আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকলৰ পে মেট্ৰিক্স লেভেল ভি পেৰ সৈতে চৰকাৰী সংস্থাত নূন্যতম তিনি বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব। আনহাতে লেভেল ফোৰ পে স্কেলত পাঁচ বছৰৰ কৰ্ম অভিজ্ঞতা আৰু লেভেল থ্ৰী পে স্কেলত সাত বছৰৰ কৰ্ম অভিজ্ঞতা বজাই ৰাখিব লাগে। লগতে একাউণ্টেণ্টৰ চাকৰিৰ বাবে দক্ষতা আৰু অভিজ্ঞতা দুয়োটাৰে প্ৰয়োজন। প্ৰাৰ্থীয়ে বাণিজ্য শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

এই পদৰ বাবে কেনেকৈ আবেদন কৰিব?
এই পদৰ বাবে আৱেদন কৰিব বিচৰাসকলে প্ৰথমে সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত যাওক। আবেদন পত্ৰত প্ৰয়োজনীয় নথি-পত্ৰ পূৰণ কৰিব লাগে। নিৰ্দিষ্ট দিনৰ ভিতৰত ডাকযোগে প্ৰেৰণ কৰিব লাগে। ইয়ালৈ আবেদন প্ৰেৰণৰ শেষ তাৰিখ ৩০ মে ২০২৪।

Apply NowClick Here
Join Whatsapp GroupJoin Now

1 thought on “আধাৰ কাৰ্যালয়ত বিশাল নিযুক্তি, আজিয়ে আবেদন কৰক !”

Leave a Comment