বন্ধু-বান্ধী সকল আপোনালোকে জানে যে মাটিৰ খাজনা দিবলৈ মৌজাদাৰৰ ওচৰত যাব লাগে ! কিন্তু এতিয়া আৰু মৌজাদাৰৰ ওচৰত যাব নালাগে । ঘৰতে বহি অনলাইন যোগে খাজনা পৰিশোধ কৰিব পাৰিব।
কেনেকৈ অনলাইনত খাজনা পৰিশোধ কৰিব লাগে তাৰ বিষয়ে ভিডিও দিয়া হ’ল, আপোনালোকে এই ভিডিও চাই ঘৰতে আপোনাৰ মোবাইলৰ সহায়ত খাজনা পৰিশোধ কৰিব পাৰিব।
Contents
hide
ভিডিও চাওক
CopyAMP code