চোৰাংচোৱা বিভাগৰ গ্ৰুপ ডি পদত নিযুক্তি, মাহিলী দৰমহা ৪৭,৬০০/- টকা !

WhatsApp Follow

চাকৰি প্ৰত্যাশীসকলৰ বাবে এক নতুন সুখৰ খবৰ। চোৰাংচোৱা ব্যুৰোৰ হৈ কেইবাটাও খালী পদ প্ৰকাশ পাইছে। এই পদত ৬০০ৰো অধিক খালী পদ পূৰণ কৰা হ’ব। যদি আপুনি এই পদত আবেদন কৰিবলৈ ইচ্ছুক, তেন্তে আজিৰ প্ৰতিবেদন আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ’বলৈ গৈ আছে। আজিৰ প্ৰতিবেদনত আমি এই নিযুক্তিৰ বিষয়ে বিতংভাৱে আলোচনা কৰিম, গতিকে আৰু সময় নষ্ট নকৰি সোনকালে পঢ়ক।

খালী পদৰ সবিশেষঃ চোৰাংচোৱা ব্যুৰোৱে প্ৰকাশ কৰা অধিসূচনা অনুসৰি বিভিন্ন ধৰণৰ পদত নিযুক্তি দিয়া হ’ব। এই আটাইকেইটা পদতে খালী হৈছে ৬৬০টা পদ। যিবোৰ পদৰ বাবে কৰ্মচাৰী নিযুক্তি দিয়া হ’ব সেইবোৰ হ’ল-

নিৰাপত্তা সহকাৰী / কাৰ্যবাহী, কনিষ্ঠ চোৰাংচোৱা বিষয়া, সহকাৰী কেন্দ্ৰীয় চোৰাংচোৱা বিষয়া, কনিষ্ঠ চোৰাংচোৱা বিষয়া-I, হালৱাই কাম কুক, কেয়াৰটেকাৰ, ব্যক্তিগত সহায়ক, প্ৰিন্টিং প্ৰেছ অপাৰেটৰ।

আবেদনৰ যোগ্যতাঃ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সীমা জানিবলৈ চৰকাৰী অধিসূচনা পঢ়ক। প্ৰতিটো পদৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ সীমা বেলেগ বেলেগ। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

লগতে চাওক – ডাক বিভাগত ৯৮ হাজাৰ কৰ্মচাৰীৰ নিযুক্তি, দৰমহা ২৫,০০০/- টকাৰ পৰা আৰম্ভ !

মাহিলী দৰমহাঃ এই পদসমূহত নূন্যতম মাহিলী দৰমহা ১৯,৯০০ টকা দিয়া হ’ব। প্ৰতিটো পদৰ কামৰ ভিত্তিত মাহেকীয়া দৰমহা দিয়া হ’ব। কোনটো পদত কিমান দৰমহা দিয়া হ’ব সেই বিষয়ে জানিবলৈ চৰকাৰী অধিসূচনা চাওক।

গুৰুত্বপূৰ্ণ তাৰিখঃ চৰকাৰী অধিসূচনা প্ৰকাশৰ তাৰিখৰ পৰা ৬ তাৰিখলৈকে আবেদন কৰিব পাৰিব।

কেনেকৈ আবেদন কৰিবঃ ইচ্ছুক প্ৰাৰ্থীয়ে অফলাইন মোডৰ জৰিয়তে আবেদন কৰিব লাগে। অফলাইনৰ জৰিয়তে আবেদন কৰিবলৈ লোৱা পদক্ষেপসমূহ তলত আলোচনা কৰা হৈছে। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

(১) প্ৰথমে অফিচিয়েল ৱেবছাইটৰ পৰা আবেদন পত্ৰ ডাউনলোড কৰিব লাগিব। অথবা চৰকাৰী অধিসূচনাত দিয়া আবেদন পত্ৰখন ডাউনলোড কৰি প্ৰিন্ট কৰক।

(২) তাৰ পিছত শুদ্ধ তথ্যৰে ভৰাই দিব।

(৩) সম্পূৰ্ণ হোৱাৰ পিছত আবেদন পত্ৰৰ সৈতে প্ৰয়োজনীয় নথি-পত্ৰৰ জেৰক্স এটা খামত আবদ্ধ কৰি জাননীত দিয়া ঠিকনাত পঠিয়াব লাগে। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

PDF ডাউনলোড কৰকDownload
Join Whatsapp GroupJoin Now

Leave a Comment