LIC দ্বাৰা নিযুক্তিৰ অধিসূচনা জাৰি কৰা হৈছে, দৰমহা ১৫,০০০/- টকা

WhatsApp Follow

Recruitment notification issued by LIC – LIC নিযুক্তি ২০২৩ৰ অধিসূচনা জাৰি কৰিছে LIC। তেনে ক্ষেত্ৰত একে সময়তে অসংখ্য খালী পদ পূৰণ কৰা হ’ব। দীৰ্ঘদিন ধৰি ভাল চাকৰি বিচাৰি থকা চাকৰিৰ আকাংক্ষীসকলৰ বাবে এয়া এক সোণালী সুযোগ। নিযুক্তিৰ উল্লেখযোগ্য বৈশিষ্ট্য হ’ল ইয়াত যিকোনো ঠাইৰ পৰা যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰে। সবিশেষ তলত আলোচনা কৰা হৈছে –

নিয়োগকাৰী সংস্থা – LICHFL অৰ্থাৎ LIC Housing Finance Limited জাৰি কৰিছে এই নিযুক্তিৰ অধিসূচনা।

পদৰ নাম – LICHFL নিযুক্তিৰ জৰিয়তে প্ৰাৰ্থীসকলক এপ্ৰেণ্টিছ হিচাপে নিযুক্তি দিয়া হৈছে।

মুঠ খালী পদ – মুঠ ২৫০টা খালী পদত প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।

শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা।

প্ৰাৰ্থীৰ বয়সৰ সীমা – নূন্যতম বয়স ২০ বছৰ পৰা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সৰ্বোচ্চ বয়সৰ সীমা ২৫ বছৰ।

মাহেকীয়া দৰমহা – নিযুক্তিৰ পিছত প্ৰাৰ্থীক মাহেকীয়া দৰমহা আৰু ষ্টাইপেণ্ড হিচাপে সৰ্বাধিক ১৫,০০০/- টকা প্ৰদান কৰা হ’ব।

আবেদন পদ্ধতি – অনলাইনৰ জৰিয়তে আবেদন কৰিব পাৰিব।

তলত দিয়া অনলাইন আবেদন লিংকটোত ক্লিক কৰি অনলাইন পঞ্জীয়ন সম্পূৰ্ণ কৰক।

এনে অৱস্থাত আপোনাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্ম তাৰিখ, বয়স, লিংগ, ঠিকনা, শ্ৰেণী, শিক্ষাগত অৰ্হতা আদি দিব।

যদি সকলো গুৰুত্বপূৰ্ণ নথিৰ লগতে পাছপ’ৰ্ট আকাৰৰ ফটো, স্বাক্ষৰ আদি আপলোড কৰিবলৈ কোৱা হয় তেন্তে এটা এটাকৈ আপলোড কৰিব।

আৰু পঢ়ক – কেন্দ্ৰীয় চৰকাৰত পুনৰ নিযুক্তি, দৰমহা ৪৭,৬০০ /-

শেষত submit বুটামত ক্লিক কৰক আৰু আবেদন কৰাৰ পিছত আবেদন পত্ৰখন প্ৰিন্ট কৰি আপোনাৰ লগত ৰাখিব।

আবেদনৰ অন্তিম তাৰিখ – ৩১/১২/২০২৩ তাৰিখৰ ভিতৰত আবেদন দাখিল কৰিব লাগিব। সকলো লিংক তলত দিয়া হৈছে।

Important Links

Official NotificationClick Here
Official WebsiteClick Here
Apply OnlineClick Here

2 thoughts on “LIC দ্বাৰা নিযুক্তিৰ অধিসূচনা জাৰি কৰা হৈছে, দৰমহা ১৫,০০০/- টকা”

Leave a Comment