টাটা মটৰৰ ২৫০০ টা পদ খালী, অনলাইন আবেদন কৰক !

WhatsApp Follow

TATA Motors Job Vacancy 2024 – যদি আপুনি মধ্যমিক পাছ কৰিছে তেন্তে আপোনাৰ বাবে এটা সোণালী সুযোগ আছে। টাটা মটৰ্ছ কোম্পানীয়ে ২৫০০ৰো অধিক খালী পদৰ বাবে নতুন নিযুক্তি অধিসূচনা প্ৰকাশ কৰিছে। ইয়াত একেলগে দহটা ভিন্ন পদৰ বাবে প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব। আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স কিমান ? শিক্ষাগত অৰ্হতা ? এই প্ৰতিবেদনৰ জৰিয়তে দৰমহা আৰু আবেদন পদ্ধতিকে ধৰি বিতং তথ্য তলত উল্লেখ কৰা হৈছে –

পদৰ নাম আৰু খালী পদ

বিখ্যাত কোম্পানী টাটা মটৰ্ছৰৰ কম্পানীত আবেদন কৰিব বিচৰা প্ৰাৰ্থী সকলে তলৰ পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে ইয়াত ২৫০০ৰো অধিক খালী পদৰ বাবে নিযুক্তি আৰম্ভ হৈছে। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

  • Supervisor
  • Engineering
  • Executive Graduate
  • Assistant Engineering
  • Accountant
  • Office in Charge
  • Area Manager
  • Trainee Engineer
  • Product Specialist
  • Territory Sales manager

বয়স আৰু দৰমহা

১) ইচ্ছুক আকাংক্ষীসকলৰ বয়স ১৮ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব। চৰকাৰী নীতি অনুসৰি টাটা মটৰ্ছ কোম্পানীত বয়সৰ শিথিলতা দিয়া হ’ব।
২) প্ৰাৰ্থীক ২৮,৫০০/- টকাৰ পৰা ৫৮,৮০০/- টকা মাহিলী দৰমহা দিয়া হ’ব। লগতে বিভিন্ন পদৰ বাবে বিভিন্ন দৰমহা আছে।

লগতে চাওক – অসম লোকসেৱা আয়োগৰ নিযুক্তি, অনলাইন আবেদন কৰক !

শিক্ষাগত অৰ্হতা

চাকৰিৰ আকাংক্ষীসকলে ইয়াৰ যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা নূন্যতম মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰ উপৰিও বিভিন্ন পদত অভিজ্ঞতাৰ প্ৰয়োজন হ’ব পাৰে কিন্তু প্ৰতিটো পদৰ বাবে অধিসূচনাত বিভিন্ন শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰা হৈছে। নিয়মিয়াকৈ চাকৰিৰ খবৰ পাবলৈ আমাৰ Whatsapp Group Join কৰক  ( Join Now )

আবেদন পদ্ধতি

টাটা মটৰ্ছ কোম্পানীত চাকৰিৰ আকাংক্ষিতসকলে অনলাইন আবেদন কৰিব লাগিব।

১) প্ৰথমে অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সঠিকভাৱে সম্পূৰ্ণ কৰক।
২) পঞ্জীয়ন সম্পূৰ্ণ কৰাৰ পিছত পুনৰ আইডি পাছৱৰ্ডেৰে লগইন কৰক।
৩) ইয়াৰ পিছত আবেদন পত্ৰখন খুলিলেই নথি-পত্ৰসমূহ স্কেন কৰি সঠিকভাৱে আপলোড কৰিব কৰক।
৪) শেষত আপুনি ফৰ্মখন শুদ্ধকৈ পৰীক্ষা কৰি ফাইনেল জমা দিয়ক।

Apply LinkClick Here
Join Whatsapp GroupJoin Now

Leave a Comment