মাতৃৰ পৰকীয়া প্ৰেমৰ বলি হ’ল পুত্ৰ, Viral Video

WhatsApp Follow

পৰকীয়া প্ৰেমত সন্মতি নিদিয়াৰ বাবেই পুত্ৰক হত্যাৰ অভিযোগ। মাতৃৰ পৰকীয়া প্ৰেমত সন্মতি নিদিয়াৰ বাবেই বি ফাৰ্ম অধ্যয়নৰত পুত্ৰক হত্যা। লখিমপুৰৰ নাৰায়ণপুৰত সংঘটিত হৈছে এক শোকাবহ ঘটনা। মাতৃ আৰু পৰকীয়া প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন আত্মীয়ৰ।

বুধবাৰে নিশা নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ৰাকেশ বৰা নামৰ যুৱকজনৰ নিজ গৃহতে ৰহস্যজনকভাৱে মৃতদেহ উদ্ধাৰ হয়। ঘটনাৰ পিছতে মাতৃ আৰু আত্মীয় লোকে নাৰায়ণপুৰ আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে মৃত ঘোষণা কৰে। মৃত ২০ বছৰীয়া যুৱকজন তেজপুৰত বি ফাৰ্মত অধ্যয়ন কৰি আছিল

ভিডিও চাবলৈ তলৰ বটনত ক্লিক কৰক।

Leave a Comment