৫ টকৰ নোটত ট্ৰেক্টৰৰ ছবি থাকিলে, ১৮ লাখ টকা পাব, বিক্ৰী কৰাৰ সহজ উপায় জানি লওক !

WhatsApp Follow

বিশ্বৰ বজাৰত পুৰণি নোট খুব বেছি দামত বিক্ৰী হয়। ঘৰৰ পৰাই এই নোট বিক্রী কৰি কোটিপতিতি হ’ব পাৰিব। আপোনাৰ অজ্ঞাতে পুৰণি টকা বা মুদ্ৰা থাকিব পাৰে, যিয়ে আপোনাৰ জীৱন সলনি কৰিব পাৰে। আনি জানো যে কৰ’ণাৰ পিছৰে পৰা বহুতেই দৰিদ্ৰতাত জীৱন কটাবলগীয়া হৈছে। এই পুৰণি নোট বিক্ৰী কৰাটো তেওঁলোকৰ বাবে এক সোণালী সুযোগ হ’ব পাৰে।

যদি আপোনাৰ ঘৰত পুৰণি বৃটিছ নোট আছে, তেন্তে সেইবোৰ পেলাই দিয়াৰ কথা কেতিয়াও নাভাবিব। সেই সকলোবোৰ পুৰণি টকাই নিমিষতে আপোনাৰ জীৱনটো সলনি কৰিব পাৰে। পুৰণি নোট বিক্ৰী কৰি কেনেকৈ লাখ লাখ টকা পাব পাৰি জানিবলৈ এই প্ৰতিবেদন সম্পূৰ্ণ পঢ়ক –

আপোনালোকক জনাওঁ যে শেহতীয়াকৈ এটা খবৰ ওলাইছে যে ৫ টকীয়া বিশেষ নোট বিক্ৰী কৰি আপুনি ৰাতিটোৰ ভিতৰতে ধনী হ’ব পাৰে। যদি আপোনাৰ হাতত ১৯৭০ বা ১৯৮০ চনৰ সেউজীয়া ৫ টকীয়া নোট আছে, য’ত ট্ৰেক্টৰৰ লগতে খেতি কৰা এজন কৃষকৰ ছবি আছে। তেন্তে আপুনি বহুত ভাগ্যৱান।

সেই নোট বিক্ৰী কৰি আপুনি কেইবা লাখ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব। যদি আপোনাৰ এনেকুৱা কিছুমান টকা থাকে তেন্তে আপুনি ৰাতিটোৰ ভিতৰতে কোটিপতি হ’ব পাৰে। যদি এই কৃষকৰ ছবি লগতে এই নোটৰ ছিৰিয়েল নম্বৰ ৭৮৬ হয়, তেন্তে ১৮ লাখত এই নোটখন বিক্ৰী কৰিব পাৰিব।

কিন্তু এই সকলোবোৰ পুৰণি মুদ্ৰা ক’ত বিক্ৰী কৰিব ? Quikr, Indiamart.com, CoinBazzar বা OLX আদি ৱেবছাইটত আপোনাৰ একাউণ্ট খুলি এই সকলোবোৰ পূৰণ কৰিব পাৰিব। কিন্তু এই নোটখন কেনেকৈ বিক্ৰী কৰিব ?

পুৰণি নোট বিক্ৰী কৰাৰ পদ্ধতি

এই পুৰণি নোট বিক্ৰীৰ প্ৰক্ৰিয়াটো অতি সহজ। তলত দিয়া পদক্ষেপসমূহ অনুসৰণ কৰি আপুনি সহজে পুৰণি নোট বিক্ৰী কৰিব পাৰিব –

1. ১ পইচাClick Now
2. ২ পইচাClick Now
3. ৩ পইচাClick Now
4. ৫ পইচাClick Now
5. ১০ পইচাClick Now
  • ১) প্ৰথমে আপুনি যিকোনো নোট বিক্ৰী কৰা পৰ্টেললৈ যাওক
  • ২) তাত নিজকে বিক্ৰেতা হিচাপে পঞ্জীয়ন কৰক
  • ৩) মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰি তাতেই ই-মেইল পূৰণ কৰক
  • ৪) আপোনাৰ টকাৰ ছবিখন তাত আপলোড কৰক
  • ৫) এতিয়া আপোনাৰ বিজ্ঞাপনটো প্ৰদৰ্শিত হ’ব। এতিয়া যিকোনো ব্যক্তিয়ে আপোনাৰ নোট কিনিব বিচাৰিলে যোগাযোগ কৰিব।

পুৰণি নোট বিক্ৰী কৰিব বিচাৰিলে তলত ক্লিক কৰক 👇👇

Click Here

1 thought on “৫ টকৰ নোটত ট্ৰেক্টৰৰ ছবি থাকিলে, ১৮ লাখ টকা পাব, বিক্ৰী কৰাৰ সহজ উপায় জানি লওক !”

Leave a Comment