বিয়াৰ ৰাতি পত্নীয়ে স্বামীক কি দিয়ে ? ছোৱালীজনীৰ উত্তৰ জানি লওক –

WhatsApp Follow

লিখিত পৰীক্ষাত ক্লিয়াৰ কৰাৰ পিছত প্ৰাৰ্থীসকলে সাক্ষাৎকাৰ ৰাউণ্ডৰ বাবে প্ৰস্তুতি চলাব লাগিব। এই সময়ছোৱাত সাক্ষাৎকাৰ লোৱাসকলে লিখনীৰ বাহিৰেও কিছুমান অদ্ভুত প্ৰশ্ন কৰিছিল, যিবোৰ শুনি বহুতে স্তম্ভিত হৈ পৰিছিল। যোৱা কেইবছৰমানৰ পৰা সোধা সাক্ষাৎকাৰৰ কিছুমান প্ৰশ্নৰ উত্তৰ জানো আহক।

১) প্ৰশ্ন : পৃথিৱীৰ কোনখন দেশত আটাইতকৈ ডাঙৰ জেল আছে?
উত্তৰ : আমেৰিকা।

২) প্ৰশ্ন : কোনটো প্ৰাণীৰ শৰীৰত ১১ প্ৰকাৰৰ তেজ থাকে?
উত্তৰ : গৰু।

৩) প্ৰশ্ন : কোনটো ৰোগত মানুহে ৰঙা ৰং দেখা নাপায় ?
উত্তৰ : ৰং অন্ধ।

৪) প্ৰশ্ন : বিষৰ সোৱাদ কেনেকুৱা?
উত্তৰ : নিমখীয়া।

৫) প্ৰশ্ন : বাদুলি খালে কি কি ৰোগ হয়?
উত্তৰঃ নিপাহ ভাইৰাছ।

৬) প্ৰশ্ন : কোনখন দেশৰ মানুহে বেছিকৈ কৃষি কৰে?
উত্তৰঃ ভাৰতৰ জনগণ।

৭) প্ৰশ্ন : কোনখন দেশে প্ৰথমে ৬০ মিনিটৰ সমান ১ ঘণ্টা আৱিষ্কাৰ কৰিছিল?
উত্তৰ : গ্ৰীচ।

৮) প্ৰশ্ন : গালি-গালাজ কৰিলে কোনখন দেশত জেললৈ যায়?
উত্তৰ : কিউবাত।

৯) প্ৰশ্ন : কোনখন দেশত ইণ্টাৰনেট ব্যৱহাৰ কৰাটো অবৈধ?
উত্তৰঃ বাৰ্মা দেশত।

১০) প্ৰশ্ন : ৰামধেনুৰ সাতটা ৰঙৰ ভিতৰত কোনটো ৰং আটাইতকৈ কম?
উত্তৰ : বেঙুনীয়া ৰং।

১১) প্ৰশ্ন : চিগাৰেট কোনখন দেশত আৱিষ্কাৰ হৈছিল?
উত্তৰ : মেক্সিকো।

১২) প্ৰশ্ন : পৃথিৱীত কোনখন ৰঙৰ গাড়ী সৰ্বাধিক উৎপাদন হয়?
উত্তৰ : বগা গাড়ী।

১৩) প্ৰশ্ন : কোনটো জন্তুৰ বমি ক’লা বজাৰত কোটি কোটি টকাত বিক্ৰী হয়?
উত্তৰঃ তিমিৰ বমি, যাক এম্ব্ৰিজ বুলি কোৱা হয়।

১৪) প্ৰশ্ন : ভাৰতৰ ভিতৰত কোনটো অট্টালিকা আটাইতকৈ ধুনীয়া?!
উত্তৰঃ তাজমহল।

১৫) প্ৰশ্ন : বিয়াৰ ৰাতি পত্নীয়ে স্বামীক কি দিয়ে ?
উত্তৰঃ বিয়াৰ ৰাতি পত্নীয়ে স্বামীক এগিলাচ গৰম গাখীৰ দিয়ে (এই প্ৰশ্নটো বিভ্ৰান্তিৰ বাবে কৰা হৈছে)।

1 thought on “বিয়াৰ ৰাতি পত্নীয়ে স্বামীক কি দিয়ে ? ছোৱালীজনীৰ উত্তৰ জানি লওক –”

Leave a Comment