কিতাপ পঢ়াৰ উপকাৰিতা [Top10] Benefits Of Reading Books In Assamese

WhatsApp Follow

কিতাপ পঢ়িবলৈ বহু মানুহেই ভাল পায়, কিন্তু আপুনি জানেনে কিতাপ পঢ়িলে আমাৰ শৰীৰৰ ১০ টা উপকাৰ হয়। আজি আমি আলোচনা কৰি কিতাপ পঢ়িলে কি ১০ টা উপকাৰ হয়, জানিবলৈ সম্পূর্ণ পঢ়িব…

কিতাপ পঢ়াৰ উপকাৰিতা

১/ নতুন জ্ঞান সংগ্ৰহ – নতুন নতুন তথ্য কিতাপত পোৱা যায়, ঘৰতে বহি দূৰ দূৰান্ত মানুহৰ ব্যর্থতাৰ জীৱন কাহিনী, সফলতাৰ কাহিনী পঢ়িব পাৰি। যেনে বিলগেটৰ জীৱন কাহিনী, স্টিভ জোবচৰ জীৱন কাহিনী, এই সমূহ সফলতাৰ জীৱন কাহিনী পঢ়ি আমি আমাৰ জীৱনটোক ঠিক তেনেদৰে গঢ়িব পাৰি।

২/ শাৰীৰিক উন্নতি – ২০১৩ চনত বহু কেইজন মানুহৰ ওপৰত গবেষণা হৈছিল, যিসকলে গবেষণাত অংশগ্রহণ কৰিছিল তেওঁলোকে ৬ দিন কিতাপ পঢ়াৰ পিছত MRI Scan কৰি দেখা গৈছে যে, যিমানেই গল্প ৰস্যেৰ দ্বিষত আগবাঢ়িছে সিমানেই তেওঁলোকৰ ব্রেনৰ কোষবোৰ উদ্দীপনাত ভৰপুৰ হৈ উঠিছে।

> Assamese PDF Books Download

৩/ মানুসিক উন্নতি – যদি আপোনাৰ মন বেয়া, কাৰোবাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে। তেনেহলে কিতাপ পঢ়ক চাব ইমান ডাঙৰ পৃথিৱীত আপোনাৰ দৰে মন বেয়া থকা ৰোগত আৰু বহু মানুহ ভুগি আছে, সেই সকলৰ কাহিনী পঢ়ক। মন বেয়া পৰা উঠি আহি সাফল্যৰ শীর্ষত কেনেকৈ গৈছে সেই সমূহ জানিব পাৰিব, আৰু আপুনিও সফল হ’ব পাৰিব।

৪/ কল্পনা শক্তি বৃদ্ধি – যেতিয়া আপুনি কিতাপ পঢ়ে, তেতিয়া কিতাপত লিখা কাহিনীবোৰ মনৰ ভিতৰত বাহিব দৰে। যেনে খোলা আকাশ, সুন্দৰ প্রকৃতি, সুস্থ পৰিৱেশ। নিচ্ছয় আপুনি ইমান সময়ে ঘটনাৰ সমগ্র ছবি আপোনাৰ মাইন্ডত আকিছে, ঠিক তেনেদৰে মনে ভাবিৱ শিকে। আপুনি যদি এনেকুৱা ধৰণৰ কিতাপ সমূহ পঢ়ে তেনেহলে আপোনাৰ কল্পনা শক্তি বৃদ্ধি হ’ব।

৫/ লিখাৰ ক্ষমতা বঢ়ায় – কিতাপ পঢ়ি পঢ়ি যেতিয়া আপোনাৰ মনৰ ভিতৰত সেই পঢ়াবোৰ আকিব শিকিব। তেতিয়া সেইবোৰ নিজৰ ভাষাত কাগজত লিখিব পাৰিব। যেতিয়া আপুনি বহু কিতাপ পঢ়িব তেতিয়া আপুনি নিজে নিজেই নতুন নতুন ভাৱনা ভাবিৱ পাৰিব। আৰু আপুনি নিজক বহুত পৰিৱর্তন অনুভৱ কৰিব।

৬/ পজিটিভ শক্তি বঢ়ায় – যেতিয়া আপুনি কিতাপ পঢ়ি স্মার্ট, সাহসী ডাঙৰ ডাঙৰ সপোন দেখে, তেতিয়া মস্তিস্কে পজিটিভ কথা বার্তা সোমায়, আৰু মনৰ মাজত পজিটিভ শক্তিৰ সৃষ্টি কৰে।

৭/ ওয়ার্ড ষ্টক বঢ়ায় – আপুনি যিমান কিতাপ পঢ়িব সিমানেই সব্দ জানিব পাৰিব। সেই বাবে কিতাপ পঢ়া জৰুৰী।

৮/ কমিউনিকেচন স্কিল বঢ়ায় – কিতাপ পঢ়িলে স্মৃতি শক্তি বঢ়াৰ লগতে কমিউকেচন স্কিলো বঢ়ায়, কাৰণ আপুনি যেতিয়া ইংৰাজী বা অসমীয়া ভাষাত কিতাপ পঢ়িব তেতিয়া লাখ লাখ সব্দ আপোনাৰ মনৰ ভিতৰত থাকি যাব, আৰু আপুনি যেতিয়া কাৰোবাৰ লগত কমিউকেচন কৰিব তেতিয়া সেই সব্দবোৰে আপোনাক ভাল কমিউকেচন কৰিবলৈ সহায় কৰিব।

৯/ বেলেগৰ অভিজ্ঞতাৰ পৰা অভিজ্ঞতা অর্জন – আপুনি যেতিয়া কাৰোবাৰ জীৱনী বা কাহিনী পঢ়িব, তেতিয়া সেই জীৱনী বা কাহিনীৰ পৰা জানিব পাৰিব তেও কেনেকৈ বাৰে বাৰে ব্যর্থ হৈছিল। তাৰ পাছত কেনেকৈ তেও জীৱনত সফল হ’ল, আৰু তাৰ অভিজ্ঞতাৰ পৰা অভিজ্ঞতা অর্জন কৰিব পাৰিব।

১০/ স্ট্রেস কমায় – ক্লাচত পঢ়াৰ কিতাপ মাথাত সোমোৱা নাই, তেনেহলে অলপ সময়ৰ বাবে গল্পৰ বা কাহিনীৰ কিতাপ পঢ়ক। গল্পৰ কিতাপ আপুনি নিজৰ মতে পঢ়িব কোনেও আপোনাৰ পৰিক্ষা নলয়, গোটেই কিতাপটো পঢ়ি শেষ কৰিব লাগিব এইটোও কোনেও নকয়। য’ত স্বাধীনতা তাত স্ট্রেসতো কমিবই।

23 thoughts on “কিতাপ পঢ়াৰ উপকাৰিতা [Top10] Benefits Of Reading Books In Assamese”

Leave a Comment