ঘৰত ভুলতো নাৰাখিব এই ৫ বিধ সামগ্ৰী

WhatsApp Follow

( These 5 items should not be kept in your home by mistake ) বৰ্তমান সময়ত টকাতকৈ অধিক দৰকাৰী যেন একোৱেই নাই। টকা নহলে আজিৰ দিনত একো নোহোৱাৰ দৰে। শিক্ষা লাভৰ বাবে প্ৰয়োজন বহু টকাৰ। পাছে এনে কিছুমান লোক আছে যিয়ে বহু কষ্ট কৰিয়ো কোনোদিনে ভালদৰে টকা উৰ্পাজন কৰিবলৈ সক্ষম নহয়। ইয়াৰ পাছত বিভিন্ন কাৰণ হ’ব পাৰে। কিন্তু এই ক্ষেত্ৰত বাস্তু শাস্ত্ৰ মতে কোৱা হয় যে-কিছুমান বিশেষ কাৰণত ঘৰৰ এনে দশা হ’ব পাৰে। ঘৰৰ ভিতৰত কিছুমান নাথাকিবলগীয়া সামগ্ৰী থকাৰ ফলত এইদৰে ধন সঞ্চয় কৰিব নোঁৱাৰে গৃহস্থই।

তেনে কেইবিধমান সামগ্ৰী হৈছে –

১/ তাজমহল – ঘৰত কেতিয়াও তাজমহলৰ ছবি বা প্ৰতিকৃতি ৰাখিব নালাগে। কিয়নো-তাজমহল বেগম মমতাজৰ কবৰস্থান। ইয়াক সন্মান আৰু শ্ৰদ্ধা দিব লাগে কিন্তু ইয়াক ঘৰৰ ভিতৰত ৰাখিব নালাগে। ই ঘৰৰ ভিতৰত নকাৰত্মক প্ৰভাৱ পেলায়।

২/মহাভাৰত – ঘৰৰ ভিতৰত মহাভাৰতৰো ছবি ৰাখিব নালাগে। ঘৰত মহাভাৰতৰ ছবি ৰখাৰ বাবে-হাই কাজিয়া বৃদ্ধি পায়। বিশেষকৰি ড্ৰয়িং ৰূম বা শোৱনি কোঠাত এনে ধৰণৰ ছবি নাৰাখিব।

৩/শুকাই যোৱা ফুল – কেতিয়াও ঘৰত শুকাই যোৱা ফুল নাৰাখিব। যদি কোনো ফুলৰ পুলি আছে তেন্তে নিমিষতে ইয়াৰ যতন ল’ব। শুকাই যোৱা ফুল অশুভ কাৰক বুলি মনা হয়।

আৰু পঢ়ক-

৪/পানী পৰি থকা টেপ – পানী পৰি থকা,বেয়া হোৱা টেপ-ঘৰৰ আৰ্থিক সমস্যাৰ পৰিচয় বুলি ধৰা হয়। যদি পাকঘৰ বা গা-ধূৱা ঘৰৰ আদিত-তেনে পানীৰ টেপ আছে, তেন্তে অতি সোনকালে তেনে টেপ সলনি কৰক।

1 thought on “ঘৰত ভুলতো নাৰাখিব এই ৫ বিধ সামগ্ৰী”

Leave a Comment