( If you plant basil trees in these 5 places, you will lack life ) যদি আপুনি এনেদৰে তুলসী গছ ৰাখে, তেন্তে আপোনাৰ জীৱনত অভাৱ আহিব পাৰে । গতিকে আৰু পলম নকৰাকৈ আমাৰ Jibonor Shongram পেজত চাওক আপুনি কেনেকৈ আপোনাৰ ঘৰত তুলসী গছ ৰোপণ কৰিব ।
১) বাস্তুৰ মতে মাতৃ তুলসীক কেতিয়াও শিৱৰ কাষত ৰাখিব নালাগে, নহলে মহা দুৰ্যোগ হ’ব পাৰে ।
২) বাস্তুৰ মতে কেতিয়াও ‘মা’ তুলসীক কাঁইট গছৰ কাষত নাৰাখিব, নহলে আপোনাৰ জীৱনত ভয়াৱহ বিপদ আহিব ।
৩) বাস্তুৰ মতে মাতৃ তুলসীৰ কাষত কেতিয়াও জোতা পিন্ধিব নালাগে, আমি প্ৰায়ে কথাবোৰ লক্ষ্য নকৰো, কিন্তু যাতে আনেকুৱা কেতিয়াও নহয়, নহলে ‘মা’ তুলসী আপোনাৰ ওপৰত মাৰাত্মকভাৱে খং কৰিব, যাৰ ফলত আপোনাৰ জীৱনটো দুৰ্বিষহ হৈ পৰিব ।
আৰু পঢ়ক
>> ভুলেও এই দিশত নাৰাখিব লক্ষ্মী-গণেশ, তেনেহলে কোন দিশত ৰাখিব ?
>> শ্ৰীকৃষ্ণ জন্মাষ্টমী কেতিয়া ? কেনেকৈ পালন কৰিব ব্ৰত ?
৪) কেতিয়াও ছাদত তুলসী গছ ৰোপণ নকৰিব, ছাদত তুলসী গছ ৰোপণ কৰিলে জীৱনত বহু বাধাৰ সৃষ্টি হ’ব ।
৫) তুলসী গছ কেতিয়াও ঘৰৰ আন্ধাৰ অংশত ৰাখিব নালাগে, কেৱল তুলসী গছ ৰোপণ কৰিব লাগে য’ত পোহৰ আৰু বায়ু ভালদৰে খেলা দেখিব ।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।