শনিবাৰে ভুলতেও নিকিনিব এই ৫টা বস্তু !

Daily Job Update Follow

( These 5 things you shouldn’t buy on Saturday ) শনিবাৰে ভুলতেও নিকিনিব এই ৫টা বস্তু । ইয়াৰ কিছুমান নিয়ম জ্যোতিষশাস্ত্ৰতো উল্লেখ কৰা হৈছে, এই নিয়মবোৰৰ অনুসৰি আজি আমি আপোনাক কিছুমান বস্তুৰ কথা ক’ম যিবোৰ আপোনালোকে শনিবাৰে ঘৰলৈ আনিব নালাগে বা এই দিনটোত সেইবোৰ কিনিব নালাগে ।

১/ লোহাৰৰ সামগ্ৰী – ভাৰতীয় সমাজত এই পৰম্পৰা দীৰ্ঘদিন ধৰি চলি আহিছে যে শনিবাৰে কোনো লোহাৰৰ সামগ্ৰী কিনিব নালাগে । এইটো বিশ্বাস কৰা হয় যে শনিবাৰে, লোহাৰৰ সামগ্ৰী ক্ৰয় কৰিলে শনি দেৱ ক্ৰোধিত হয় ।

২/ নিমখো শনিবাৰে কিনিব নালাগে – যদি নিমখ কিনিব বিচাৰে শনিবাৰৰ বাহিৰে আন যিকোনো দিনত ক্ৰয় কৰিব পাৰে । শনিবাৰে নিমখ কিনিলে ঘৰলৈ ঋণৰ সমস্যা আহি পাৰে ।

৩/ কেঁচি এনেকুৱা এখন বস্তু যাক কাপোৰ – কাগজ আদি কাটিবলৈ অধিক ব্যৱহাৰ কৰা হয় । পুৰণি সময়ৰ পৰা কাপোৰৰ ব্যৱসায়ী, দৰ্জী আদিয়ে শনিবাৰে নতুন কেঁচি ক্ৰয় নকৰে । কোৱা হয় যে শনিবাৰে কেঁচি কিনিলে সম্পৰ্কত চাপ সৃষ্টি হয় ।


আৰু পঢ়ক
>> মাজে সময়ে চকুৰ পতা কঁপি উঠে নেকি ? জানক ইয়াৰ আচল কাৰণ কি ?
>> আপোনাৰ দাঁতে নিৰ্ধাৰণ কৰিব আপোনাৰ ব্যক্তিত্ব ! জানক ভৱিষ্যতে কি হ’ব পাৰে !


৪/ শনিৰ পূজাতো ক’লা তিল ব্যৱহাৰ কৰা হয় – শনিৰ দশা নাইকীয়া কৰিবলৈ ক’লা তিল আহঁত গছত দান কৰাৰো নিয়ম আছে, কিন্তু শনিবাৰে কেতিয়াও ক’লা তিল কিনিব নালাগে ।

৫/ শনিবাৰে ঝাড়ু কিনাৰ বাবে উপযুক্ত দিন নহয় বুলি গণ্য কৰা হয় – ঝাড়ুৱে ঘৰটোৰ বিকাৰবোৰ মচি পেলায় আৰু ইয়াক বিশুদ্ধ কৰে । ইয়াৰ দ্বাৰা ইতিবাচক শক্তি ঘৰলৈ আহে । শনিবাৰে ঝাড়ু ঘৰলৈ অনাৰ ফলত দৰিদ্ৰতা আহে ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “শনিবাৰে ভুলতেও নিকিনিব এই ৫টা বস্তু !”

Leave a Comment