Bank Of Baroda-ত নিযুক্তি, কেনেকৈ আবেদন কৰিব !

WhatsApp Follow

Bank Of Baroda Financial Literacy Counsellors Recruitment Notification – বেংকত কাম কৰিব বিচাৰেনে ? তেতিয়া আজিৰ প্ৰতিবেদন আপোনালোকৰ বাবে। এই বেংকত (Bank Job) কাম কৰাৰ এক সোণালী সুযোগ আহিছে। Bank of Baroda-ই প্ৰকাশ কৰিলে নতুন চাকৰিৰ বিজ্ঞপ্তি। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

Financial Literacy Counsellors নিযুক্তি দিয়া হ’ব। এই পদত আবেদন কৰিবলৈ কি কি অৰ্হতা উল্লেখ কৰা হৈছে, কিমান বয়স সোধা হৈছে, মাহিলী কিমান দৰমহা দিয়া হ’ব, কেনেকৈ আবেদন কৰিব আৰু কেতিয়া আবেদনৰ শেষ তাৰিখ আজিৰ প্ৰতিবেদনত বিতংভাৱে আলোচনা কৰা হৈছে চাওক –

Financial Literacy Counsellors পদত আবেদন কৰাৰ বয়সৰ সীমা সৰ্বাধিক ৬৪ বছৰ। যদি আপুনি ৬৪ বছৰৰ তলত আছে তেন্তে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

এই পদত কৰ্মৰত চাকৰিৰ আকাংক্ষীসকলক প্ৰতিমাহে ২৩ হাজাৰ টকা দিয়া হ’ব। ধনৰ সবিশেষ চৰকাৰী অধিসূচনাত ভালকৈ উল্লেখ কৰা হৈছে। গতিকে আৱেদন কৰাৰ আগতে তলৰ লিংকটোত ক্লিক কৰক আৰু Bank of Baroda-ৰ অফিচিয়েল নটিফিকেচন ভালদৰে চাওক।

আৰু পঢ়ক – অইল ইণ্ডিয়া লিমিটেডত নিযুক্তি, দৰমহা ২৬,৬০০/- টকা

এই পদৰ বাবে আবেদন কৰিবলৈ শিক্ষাগত অৰ্হতা উল্লেখ কৰা হৈছে প্ৰাৰ্থী স্নাতক আৰু কম্পিউটাৰ সাক্ষৰ হোৱাৰ লগতে উল্লেখ কৰা আন কিছুমান অৰ্হতা সবিশেষৰ বাবে চৰকাৰী অধিসূচনা চাওক।

Bank of Baroda-ই অফলাইনত আৱেদন কৰিবলৈ নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। ইয়াৰ বাবে আপুনি অফিচিয়েল ৱেবছাইটৰ পৰা আবেদন পত্ৰ প্ৰিন্ট কৰি সঠিকভাৱে পূৰণ কৰিব লাগিব। তাৰ পিছত সকলো প্ৰাসংগিক নথি-পত্ৰ আবেদন পত্ৰৰ সৈতে একেলগে The Regional Manager Bank of Baroda, SCO 36-37, Sector 13, Hissar (125001) লৈ প্ৰেৰণ কৰক। অধিসূচনাৰ শেষত আবেদন পত্ৰ সংলগ্ন কৰা হয়। ইতিমধ্যে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে, ১৪/০১/২০২৪ লৈকে আবেদন চলি থাকিব।

NotificationDownload
Whatsapp ChannelFollow

1 thought on “Bank Of Baroda-ত নিযুক্তি, কেনেকৈ আবেদন কৰিব !”

Leave a Comment