DEO পদত নিযুক্তি, দৰমহা ২০,২০০/- টকা

WhatsApp Follow

Clerk DEO Recruitment 2024 – এইবাৰ DEO পদত নিযুক্তি ২০২৪ৰ অধিসূচনা জাৰি কৰা হৈছে। তদুপৰি আৰু বহুতো খালী পদ পূৰণ কৰা হ’ব। নূন্যতম শিক্ষাগত অৰ্হতাৰ ভিত্তিত দীৰ্ঘদিন ধৰি ভাল চাকৰি বিচাৰি থকা সেইসকল চাকৰিৰ আকাংক্ষীসকলৰ বাবে এয়া এক সোণালী সুযোগ। সবিশেষ তলত আলোচনা কৰা হৈছে –

পদৰ নাম – ইয়াত মুঠ ধৰণৰ পদত নিযুক্তি দিয়া হ’ব। অৰ্থাৎ,

১/ অডিটৰ / একাউণ্টেণ্ট

২/ কেৰাণী / DEO

মুঠ খালী পদ – মুঠতে ২১১টা খালী পদ পূৰণ কৰা হ’ব। পদ ভিত্তিক খালী পদসমূহ হ’ল –

১.অডিটৰ / একাউণ্টেণ্ট – ৯৯ টি

২/ কেৰাণী / DEO – ১১২ টি

শিক্ষাগত অৰ্হতা – কেৰাণী / DEO পদত আবেদন কৰাৰ বাবে নূন্যতম শিক্ষাগত অৰ্হতা হ’ল হাইস্কুল পাছ। আৰু অডিটৰ / একাউণ্টেণ্ট পদত আবেদন কৰাৰ বাবে ডিগ্ৰী পাছ।

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৮ৰ পৰা ২৭ বছৰৰ ভিতৰৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সংৰক্ষিত শ্ৰেণী অৰ্থাৎ অনুসূচিত জাতি/জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু অবিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ বয়সৰ শিথিলতা।

মাহেকীয়া দৰমহা – নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ গড় মাহিলী দৰমহা ২০,২০০/- টকা পৰ্যন্ত হ’ব পাৰে।

আবেদন পদ্ধতি – আপুনি অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে।

আৰু পঢ়ক – Bank Of Baroda-ত নিযুক্তি, কেনেকৈ আবেদন কৰিব !

১/ অফিচিয়েল ৱেবছাইটত গৈ নিযুক্তিৰ আবেদন পত্ৰ আৰু আবেদন ফৰ্মেট সংগ্ৰহ কৰক।

২/ এই আবেদন প্ৰ-পত্ৰখন আপোনাৰ সকলো সবিশেষ সাৱধানে পূৰণ কৰক।

৩/ পাছপ’ৰ্টৰ আকাৰৰ ফটোগ্ৰাফ, স্বাক্ষৰৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথি সংলগ্ন কৰক।

৪) শেষত এই সকলোবোৰ খাম ভৰাই নিৰ্দিষ্ট তাৰিখৰ ভিতৰত নিৰ্দিষ্ট ঠিকনাত পঠিয়াব লাগে।

আবেদনৰ অন্তিম তাৰিখ – ২৫/০১/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। চৰকাৰী অধিসূচনা আৰু অন্যান্য লিংক তলত দিয়া হৈছে।

Important Links

Official NotificationClick Here 
Official WebsiteClick Here 

1 thought on “DEO পদত নিযুক্তি, দৰমহা ২০,২০০/- টকা”

Leave a Comment