আপোনাৰ ঘৰত পুৰনি TV আছে নেকি ? যদি আছে আপুনি হব পাৰে কোটিপতি । ইন্টাৰনেট জগতৰ খবৰ মতে এই পুৰনি Tv বোৰত এটা বিশেষ বস্তু পোৱা যায় যাৰ দাম আপুনি শুনিলে আচৰিত হ’ব । এই বিশেষ বস্তুটোৰ নাম হৈছে RED Mercury : ইয়াক CRT Television আৰু FM radio ত পোৱা যায় ।
ইয়াৰ নামতেই ই পৰিচিত । ৰঙা ৰঙৰ তৰল পদাৰ্থ কিছু অংশ এটা বিশেষ পাত্ৰৰ ভিতৰত থাকে । যাক কোৱা হয় Mercury । ই ৰঙা হোৱাৰ বাবেই ইয়াক Red Mercury কোৱা হয় । বিশেষকৈ কিছুদিন ধৰি Red Mercury ৰ চাহিদা বাঢ়িব ধৰিছে । Social media কে ধৰি কবাৰিয়ে ইয়াক কিনিবলৈ হাবাথুৰি খাইছে । যাৰ বজাৰত দাম লাখ টকাৰ ঘৰত (Red mercury price) বহুতেতো ইয়াৰ দাম কোটি টকালৈকে বুলিও কৈ আছে । তলত কেইটামান ভিডিঅ’ দিয়া আছে চাব পাৰে ।
সচাকৈ Red Mercury ৰ ইমান দাম নে ? ভিডিঅ’ত দেখা দৰেই এই ভিডিঅ’ সকলো ফালে ভাইৰেল এই মেছেজ যে ইয়াৰ ভিতৰত থকা তৰল পদাৰ্থখিনিৰ সহায়ত ব’ম বনাব পাৰে । কিছু লোকে ইয়াকো দাবী কৰিলৱ যে ইয়াক Covid19 ৰ বাবেও ব্যৱহাৰ কৰিব পাৰিব । কিন্তু ইয়াৰ সতত্যাৰ বাবে কৰো ওচৰত Dacument proof নাই । কিন্তু Social media ই ভাইৰেল হোৱা এই তথ্যৰ ভিত্তিতেই ইয়াৰ দাম ৫০ লাখৰ ওপৰত বুলি জনা গৈছে ।
আপুনি বেচিব পাৰিবনে পুৰনা Tv আৰু FM Radio ? Tv আৱিস্কাৰ হোৱাৰ পিছত যিসমূহ টিভি প্ৰথম উলাইছিল সেই সমূহত এই container দৰে ২ বা ৪ টাকৈ গ্লাচৰ ভিতৰত তৰল পদাৰ্থ আছে । social media (WhatsApp , Facebook) ত ইয়াৰ বিষয়ে বহলভাৱে প্ৰচাৰ চলি আছে । দৰাচলতে ইয়াত কোনো বৈজ্ঞানিক যুক্তি নাই । আৰু আমিও ইয়াক বিক্ৰী কৰি কোনো ধৰনৰ অসামাজিক কাৰ্যকলাপ কৰাত প্ৰৰোচনা কৰা নাই । ইয়াৰ পৰা আতৰত থকাই মংগল । আমি ইয়াৰ ওপৰত অধিক তথ্য যুগুতোৱাৰ চেষ্টা অব্যাহত ৰাখিছো ।
অনলাইনত বিক্রী কৰিবলৈ তলত ক্লিক কৰক
কি কয় বিশেষজ্ঞই, Tv বিক্ৰেতা হৰমত সিঙে কৈছে যে যদি ইয়াৰ ইমানেই দাম তেন্তে ইয়াক পুৰনি টিভি কেজি হিচাপত বিক্ৰী নহল হয় । আৰু সেই কোম্পানিটো বন্ধ নহল হয় ।
আৰক্ষীৰ সকিয়নি কি ? হাইদৰাবাদৰ ACP (Cyber crime) Kebiam Prashad য়ে কৈছে ইয়াৰ ওপৰত তদন্ত চলি আছে , সামাজিক মাধ্যমত এনেধৰনৰ ভুৱা মেছেজক গুৰুত্ব নিদিবলৈ ৰাইজক আহ্বান জনাইছে ।