ভাৰতীয় বিমানবন্দৰত বিভিন্ন পদত নিযুক্তি, আজিয়ে আবেদন কৰক

WhatsApp Follow

Indian Airports Various Posts Recruitment Notification 2024 – ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই এক অধিসূচনা প্ৰকাশ কৰিছে, ইয়াত কৰ্মচাৰী নিযুক্তি দিয়া হ’ব বুলি জনোৱা হৈছে। ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব লাগিব।

তামিলনাডু, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, কৰ্ণাটক, কেৰালা আৰু অসমৰ বাসিন্দাসকলে ইয়াত আবেদন কৰিব পাৰিব। নিযুক্তি সম্পৰ্কীয় অন্যান্য বিষয়সমূহ এই পোষ্টটোত বিতংভাৱে আলোচনা কৰা হৈছে, অধিক জানিবলৈ শেষলৈকে পঢ়ক –

নিযুক্তি দিবলগীয়া পদ

১/ কনিষ্ঠ সহায়ক (কাৰ্যালয়) / Jr. Assistant (Office)

খালী পদ – মুঠ ২টা পদ খালী।যোগ্যতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ৩০ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – এই পদৰ বাবে প্ৰাৰ্থীক প্ৰতিমাহে ৩১০০০- ৩% – ৯২০০০ টকাকৈ দৰমহা দিয়া হ’ব।

২/ জ্যেষ্ঠ সহায়ক (একাউণ্ট) Sr. Assistant (Accounts)

খালী পদ – মুঠ ১৯টা পদ খালী।

যোগ্যতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীয়ে বি.কমত স্নাতক উত্তীৰ্ণ হ’ব লাগিব। ২ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ৩০ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – 36000- 3% -110000 প্ৰতিমাহে এই পদৰ বাবে প্ৰাৰ্থীক প্ৰদান কৰা হ’ব।

আৰু পঢ়ক – ডাক বিভাগৰ Group C পৰ্যায়ৰ পদত নিযুক্তি, দৰমহা ২০,০০০/- টকা

৩/ জুনিয়ৰ সহায়ক / Junior assistant (Fire Services)

খালী পদ – মুঠ ৭৩টা পদ খালী।

যোগ্যতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীসকল হ’ল Fire Engg./Mechanical Engg./Automobile Engg./Automobile Engg. স্নাতক ডিগ্ৰী থাকিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ৩০ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – এই পদৰ বাবে প্ৰাৰ্থীক প্ৰতিমাহে ৩১০০০- ৩% – ৯২০০০ টকাকৈ দৰমহা দিয়া হ’ব।

৪/ জ্যেষ্ঠ সহায়ক / Junior assistant (Electronics)

খালী পদ – মুঠ ২৫টা পদ খালী।

যোগ্যতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীৰ প্ৰাসংগিক বিষয়ত ডিপ্লমা আৰু ২ বছৰৰ কৰ্ম অভিজ্ঞতা থাকিব লাগিব।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ৩০ বছৰ এই পদত আবেদন কৰিব পাৰিব।

দৰমহা – এই পদৰ বাবে প্ৰাৰ্থীক প্ৰতিমাহে ৩৬০০০- ৩%-১১০০০০০ টকাকৈ দৰমহা দিয়া হ’ব।

নিযুক্তি প্ৰক্ৰিয়া – ইয়াত লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব।

আৰু পঢ়ক – Indian Oil Corporation ৰ ১৬০৩ খালী পদ, শিক্ষাগত অৰ্হতা মাধ্যমিক উত্তীৰ্ণ

আবেদনৰ পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। ইয়াৰ বাবে আপুনি ৱেবছাইট www.aai.aero ত গৈ আপোনাৰ সকলো তথ্যৰে আবেদন পত্ৰ পূৰণ কৰিব লাগিব। লগতে প্ৰয়োজনীয় নথি-পত্ৰৰ ফটোকপি আৰু পাছপ’ৰ্টৰ আকাৰৰ ফটোও আপলোড কৰিব লাগে। ইয়াৰ পিছত আবেদন মাচুল জমা কৰি ফৰ্ম জমা দিব লাগিব।

আবেদন মাচুল – UR, EWS আৰু OBC পুৰুষ প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিবলৈ ১০০০ টকাৰ আবেদন মাচুল জমা কৰিব লাগিব। SC /ST /PwD/মহিলাসকলে কোনো আবেদন মাচুল দিব নালাগে।

আবেদনৰ অন্তিম তাৰিখ – ২৭/১২/২০২৩ তাৰিখৰ পৰা ইয়াত আবেদন কৰক। ২৬/০১/২০২৪ লৈকে আবেদন চলি থাকিব।

Important Links

Official NoticeDownload
Apply onlineApply Now
Official websiteClick Here
Join Whatsapp ChannelFollow Now

3 thoughts on “ভাৰতীয় বিমানবন্দৰত বিভিন্ন পদত নিযুক্তি, আজিয়ে আবেদন কৰক”

Leave a Comment