ডাক বিভাগৰ Group C পৰ্যায়ৰ পদত নিযুক্তি, দৰমহা ২০,০০০/- টকা

WhatsApp Follow

Post Department Recruitment 2023-2024 – ডাক বিভাগৰ নিযুক্তি ২০২৩-২০২৪ৰ অধিসূচনা জাৰি কৰিছে ডাক বিভাগে। তেনে ক্ষেত্ৰত মূলতঃ কৰ্মচাৰীসকলক Group C পৰ্যায়ৰ পদত লোৱা হ’ব। যদি আপুনি নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি ভাল চাকৰি বিচাৰিছে আৰু ডাক বিভাগৰ চাকৰিৰ প্ৰতি আগ্ৰহী তেন্তে এইটো আপোনাৰ বাবে এক সোণালী সুযোগ। ইয়াত নূন্যতম মাধ্যমিকৰ সৈতে যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব।

নিযুক্তি সংস্থা – ভাৰত চৰকাৰৰ যোগাযোগ মন্ত্ৰালয়ৰ তত্বাৱধানত ডাক বিভাগে নিযুক্তিৰ অধিসূচনা জাৰি কৰিছে।

পদৰ নাম – ডাক বিভাগৰ এই নিযুক্তিত গ্ৰুপ চি নন-গেজেটেড পৰ্যায়ৰ পদত নিযুক্তি দিয়া হ’ব।

শিক্ষাগত অৰ্হতা – যিকোনো স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা নূন্যতম মাধ্যমিক উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৮ বছৰ বয়সৰ নূন্যতম প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সৰ্বোচ্চ বয়স ২৭ বছৰ থকা প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। সংৰক্ষিত শ্ৰেণী অৰ্থাৎ অনুসূচিত জাতি / জনজাতিৰ প্ৰাৰ্থীৰ বাবে ৫ বছৰ আৰু অবিচি প্ৰাৰ্থীৰ বাবে ৩ বছৰ বয়সৰ শিথিলতা আছে। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

মাহেকীয়া দৰমহা – পে মেট্ৰিক্সৰ লেভেল ২ অনুসৰি নিযুক্তিৰ পিছত প্ৰতিজন কৰ্মচাৰীৰ গড় মাহিলী দৰমহা ১৯,৯০০/-ৰ পৰা ৬৩,২০০/- টকাৰ ভিতৰত হ’ব।

নিযুক্তি প্ৰক্ৰিয়া – মুঠ ১০০ নম্বৰৰ ভিতৰত পৰীক্ষাৰ্থীক নম্বৰ দি মেৰিট তালিকা প্ৰস্তুত কৰা হ’ব। তত্ত্ব কাকতত মুঠ ৮০ নম্বৰ আৰু ব্যৱহাৰিকত মুঠ ২০ নম্বৰ।

আৰু পঢ়প – কেন্টিন ছুপাৰভাইজাৰ পদত নিযুক্তি, লিখিত পৰীক্ষা নোহোৱাকৈ নিযুক্তি

আবেদন পদ্ধতি – আপুনি অফলাইনৰ জৰিয়তে আবেদন কৰিব পাৰে। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

১/ তলত দিয়া লিংকৰ পৰা নিযুক্তিৰ আবেদন আৰু আবেদন পত্ৰ ডাউনলোড কৰক।

২/ এই আবেদন পত্ৰখন আপোনাৰ সকলো সবিশেষ সযতনে পূৰণ কৰক।

৩/ ফৰ্মত আপোনাৰ ৰঙীন পাছপৰ্টৰ আকাৰৰ ফটো যোগ কৰক।

৪/ আৰু ফৰ্মখনৰ তলত আপোনাৰ চহী কৰক।

৫) শেষত সকলো নথি-পত্ৰ খামত ভৰাই নিৰ্দিষ্ট তাৰিখৰ ভিতৰত নিৰ্দিষ্ট ঠিকনাত পঠিয়াব লাগে।

আবেদনৰ অন্তিম তাৰিখ – ২০/০১/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

Important Links

Official Notification/ Application FormClick Here
Official WebsiteClick Here

2 thoughts on “ডাক বিভাগৰ Group C পৰ্যায়ৰ পদত নিযুক্তি, দৰমহা ২০,০০০/- টকা”

Leave a Comment