কেন্টিন ছুপাৰভাইজাৰ পদত নিযুক্তি, লিখিত পৰীক্ষা নোহোৱাকৈ নিযুক্তি

WhatsApp Follow

Recruitment to the post of Canteen Supervisor, recruitment without written test – টা ইনষ্টিটিউট অৱ ফাণ্ডামেণ্টেল ৰিচাৰ্চ ইনষ্টিটিউটে কেণ্টিন ছুপাৰভাইজাৰক নিযুক্তি দিব। ইয়াত ৱাক ইন ইন্টাৰভিউৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। ইয়াত ছমাহৰ বাবে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। নিযুক্তি সম্পৰ্কীয় অন্যান্য বিষয়সমূহ এই পোষ্টটোত বিতংভাৱে আলোচনা কৰা হৈছে, অধিক জানিবলৈ শেষলৈকে পঢ়ক –

জাননী প্ৰকাশ- ২০২৩/৩১। নিযুক্তি দিবলগীয়া পদ – চুপাৰভাইজাৰ ট্রেনি (upervisor Trainee) কেন্টিন। খালী পদ – মুঠ ২টা পদ খালী।

অৰ্হতা – ইয়াত আবেদন কৰিবলৈ প্ৰাৰ্থীসকলে হোটেল মেনেজমেণ্টৰ ৩ বছৰৰ ডিগ্ৰী সম্পূৰ্ণ কৰিব লাগিব। কম্পিউটাৰ দক্ষতাও প্ৰয়োজন।

বয়সৰ সীমা – সৰ্বোচ্চ বয়স ২৮ বছৰ ইয়াত আবেদন কৰিব পাৰিব।

দৰমহা – প্ৰাৰ্থীক প্ৰতিমাহে ২৩ হাজাৰ টকা প্ৰদান কৰা হ’ব।

নিযুক্তি প্ৰক্ৰিয়া – ইয়াত ৱাক ইন ইন্টাৰভিউৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব।

আবেদনৰ পদ্ধতি – অনলাইন আবেদন কৰক। ইয়াৰ বাবে আপুনি https://tifrrecruitment.tifrh.res.in/applicants/ ৱেবছাইটত গৈ নিজকে পঞ্জীয়ন কৰিব লাগিব আৰু তাৰ পিছত আপোনাৰ তথ্যৰে ফৰ্মখন পূৰণ কৰিব লাগিব। তাৰ পিছত ফৰ্মখন জমা দিব। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

সাক্ষাৎকাৰৰ তাৰিখ আৰু সময় – ইয়াত ৪.১.২০২৪ তাৰিখে, পুৱা ০৯.০০ বজাৰ পৰা সাক্ষাৎকাৰ লোৱা হ’ব।

সাক্ষাৎকাৰৰ স্থানৰ ঠিকনা – Tata Institute of Fundamental Research, 1 Horni Bhabha Road, Navy Nagar, Culsha, Mumbai 400 005

আৰু পঢ়ক – কেন্দ্ৰীয়ৰী চাকৰি ১৬০০টা খালী পদৰ নিযুক্তি, নূন্যতম অৰ্হতাত আবেদন

প্ৰয়োজনীয় নথিপত্ৰ

১/ বয়সৰ প্ৰমাণ

২/ শিক্ষাগত অৰ্হতাৰ প্ৰমাণ পত্ৰ

৩/ আধাৰ/ পান

৪/ কাষ্ট চাৰ্টিফিকেট

৫/ অভিজ্ঞতাৰ প্ৰমাণ পত্ৰ

Official NoticeClick Here
Apply OnlineClick Here
Official WebsiteClick Here

1 thought on “কেন্টিন ছুপাৰভাইজাৰ পদত নিযুক্তি, লিখিত পৰীক্ষা নোহোৱাকৈ নিযুক্তি”

Leave a Comment