কেন্দ্ৰীয়ৰী চাকৰি ১৬০০টা খালী পদৰ নিযুক্তি, নূন্যতম অৰ্হতাত আবেদন

WhatsApp Follow

Central Government Jobs Recruitment of 1600 vacancies – অসমৰ নিবনুৱা চাকৰি প্ৰত্যাশীসকলৰ বাবে এক সুন্দৰ খবৰ। Indian Oil Corporation প্ৰকাশ কৰিছে এক নতুন অধিসূচনা। ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা সকলো ল’ৰা-ছোৱালীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন পদ্ধতিৰ বিষয়ে অধিক তথ্য পাবলৈ এই প্ৰতিবেদনখন সম্পূর্ণ পঢ়ক।

Indian Oil Corporation প্ৰকাশ কৰিছে এক নতুন অধিসূচনা য’ত বিভিন্ন পদত নিযুক্তি হ’ব। এই চাকৰিৰ অধিসূচনাত উল্লেখ কৰা হৈছে যে মুঠ পদ খালী হৈছে ১৬০৩টা। rade Apprentice, Technician Apprentice, Graduate Apprentice নিযুক্তি দিয়া হ’ব। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

ইচ্ছুক প্ৰাৰ্থীসকলৰ বাবে আনুষ্ঠানিক জাননীত উল্লেখ কৰা হৈছে যে প্ৰাৰ্থীসকলে মধ্যমিক বা তাতকৈ অধিক উত্তীৰ্ণ হ’ব লাগিব আৰু সংশ্লিষ্ট বিষয়ত আই টি আই বা যিকোনো ডিগ্ৰী উত্তীৰ্ণ হ’ব লাগিব, তেতিয়া তেওঁলোকে সহজেই আবেদন কৰিব পাৰিব।

আৰু পঢ়ক – Central Bank ত চাকৰিৰ সুযোগ, দৰমহা ১৬,৫০০ /-

নূন্যতম বয়স ১৮ বছৰৰ পৰা সৰ্বোচ্চ ২৪ বছৰ বয়সৰ প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। চৰকাৰী নিয়ম অনুসৰি অনুসূচিত জাতি, অনুসূচিত জন জাতি, অ’বিচিৰ প্ৰাৰ্থীয়ে ক্ৰমে ৫ বছৰ আৰু ৩ বছৰৰ বয়সৰ শিথিলতা লাভ কৰিব। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

যিহেতু এইটো এটা Apprentice নিযুক্তি, গতিকে আপোনাক কোনো মাহিলী দৰমহা দিয়া হ’ব নে নহয় সেই সম্পৰ্কে চৰকাৰী জাননীত কোনো তথ্য উল্লেখ কৰা হোৱা নাই। অধিক সবিশেষ জানিবলৈ তলত দিয়া অফিচিয়েল জাননী লিংকৰ পৰা অফিচিয়েল জাননীখন ডাউনলোড কৰিব পাৰিব।

প্ৰথমে তলত দিয়া লিংকটোত ক্লিক কৰি অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰ পিছত আধাৰ কাৰ্ডৰ তথ্য ঠিকনাৰ বয়স আৰু শিক্ষাগত অৰ্হতাৰ সবিশেষ আদি সকলো ব্যক্তিগত তথ্য প্ৰৱেশ কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ ২০২৪ চনৰ ৫ জানুৱাৰী। সবিশেষ জানিবলৈ অফিচিয়েল জাননী আৰু আবেদনৰ লিংক তলত দিয়া হৈছে।

Apply OnlineClick Here
Official NoticeClick Here

3 thoughts on “কেন্দ্ৰীয়ৰী চাকৰি ১৬০০টা খালী পদৰ নিযুক্তি, নূন্যতম অৰ্হতাত আবেদন”

Leave a Comment