কেন্দ্ৰীয় চৰকাৰত চাকৰিৰ সুযোগ, দৰমহা ৫০,০০০ টকা

WhatsApp Follow

Jobs in Central Government – নূন্যতম শৈক্ষিক অৰ্হতা থকা কেন্দ্ৰীয় চৰকাৰী সংস্থা এটাত এটা ডাঙৰ চাকৰিৰ অধিসূচনা প্ৰকাশ পোৱাৰ লগে লগে অসমৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এক সুন্দৰ খবৰ। য’ত ভাৰতৰ যিকোনো প্ৰান্তৰ পৰা ইচ্ছুক চাকৰি প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে। কেনেকৈ আবেদন কৰিব, শিক্ষাগত অৰ্হতা, দৰমহাৰ আৰু চাকৰিৰ সম্পূৰ্ণ তথ্য পাবলৈ তলৰ প্ৰতিবেদনখন সম্পূর্ণ পঢ়ক। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

এই চাকৰিৰ অধিসূচনা Steel authority of India Limited প্ৰকাশ কৰিছে। চৰকাৰী জাননীখনত উল্লেখ কৰা হৈছে যে মুঠ ৯২টা খালী পদ আছে। Mechanical Engineering, Chemical Engineering, Mining Engineering, Electrical Engineering, Civil Engineering ধৰি বিভিন্ন খালী পদৰ বাবে প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।

আনুষ্ঠানিক জাননীখনত উল্লেখ কৰা হৈছে যে যদিহে প্ৰাৰ্থীসকলে ভাৰত চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো শিক্ষানুষ্ঠানৰ পৰা সংশ্লিষ্ট বিষয়ত ডিগ্ৰী উত্তীৰ্ণ হয় তেন্তে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰিব। বয়স ১৮ৰ পৰা ২৮ বছৰৰ ভিতৰত হ’লে প্ৰাৰ্থীয়ে সহজে আবেদন কৰিব পাৰিব। লগতে (তলত অফফিচিয়াল লিংক দিয়া আছে ক্লিক ককৰি আবেদন কৰিব পাৰিব 👇)

চৰকাৰী নিয়ম অনুসৰি অনুসূচিত জাতি, অনুসূচিত জাতি, অ’বিচিৰ প্ৰাৰ্থীয়ে ক্ৰমে ৫ বছৰ আৰু ৩ বছৰৰ বয়সৰ শিথিলতা লাভ কৰিব। যদি প্ৰাৰ্থীসকলে এই চাকৰিটো পায় তেন্তে তেওঁলোকৰ মাহিলী দৰমহা হ’ব ৫০ হাজাৰ টকা।

আৰু পঢ়ক – Central Bank ত চাকৰিৰ সুযোগ, দৰমহা ১৬,৫০০ /-

অনলাইন পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থীক নিযুক্তি দিয়া হ’ব। অসমৰ চাকৰিৰ আকাংক্ষীসকলে পশ্চিম বংগৰ কিছু চহৰত পৰীক্ষা কেন্দ্ৰ পাব। সবিশেষ জানিবলৈ তলত দিয়া লিংকৰ পৰা অফিচিয়েল নটিফিকেচন ডাউনলোড কৰক। ইচ্ছুক প্ৰাৰ্থীসকলক কোৱা হৈছে যে ইয়াত আপুনি অনলাইনৰ জৰিয়তে পোনপটীয়াকৈ আবেদন কৰিব লাগিব।

তলত দিয়া লিংকটোৰ পৰা অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন সম্পূৰ্ণ কৰিব লাগিব আৰু তাৰ পিছত প্ৰয়োজনীয় সকলো নথি-পত্ৰ প্ৰদান কৰি আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ ২০২৩ চনৰ ৩১ ডিচেম্বৰ।

Official NoticeClick Here
Apply OnlineClick Here

Leave a Comment