PM Kisan লৈ ডাঙৰ আপডেট, এই কাম নকৰিলে PM Kisan’ৰ ধন নাপাব !

WhatsApp Follow

PM Kisan big update about next installment money – যোৱা কেইবছৰমানৰ পৰা চৰকাৰে মহিলা আৰু কৃষকৰ বাবে কেইবাখনো আঁচনি আৰম্ভ কৰিছে তাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ আটাইতকৈ জনপ্ৰিয় আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি এই আঁচনিখনত প্ৰতি বছৰে ৬ হাজাৰ টকা তিনিটা কিস্তিত পোনপটীয়াকৈ কৃষকৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হয় –

এই আঁচনিৰ সুবিধা লাভৰ বাবে কেইবাটাও চৰ্ত আছে চৰকাৰে দীৰ্ঘদিন ধৰি কৈ আহিছে যে ই-কে ৱাই চি নকৰিলে পৰৱৰ্তী কিস্তিৰ বাবে কৃষকে নাপাব। দেশৰ কোটি কোটি কৃষকে এতিয়া বাট চাই আছে ১৬ সংখ্যক কিস্তিৰ ৫০ লাখ টকা।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ফেব্ৰুৱাৰী বা মাৰ্চ মাহত পৰৱৰ্তী কিস্তি কৃষকৰ একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে একো ঘোষণা কৰা নাই।

আৰু পঢ়ক – ছোৱালী জন্ম হ’লেই চৰকাৰে দিব ২৫ হাজাৰ টকা, কেনেকৈ পাব জানক

PM কিষাণ যোজনাৰ সুবিধা লাভৰ বাবে ই-কেৱাইচি অতি গুৰুত্বপূৰ্ণ PM কিষাণ ৱেবছাইটত দিয়া তথ্য অনুসৰি এই সুবিধা লাভ কৰিবলৈ ই-কেৱাইচি বাধ্যতামূলক।

দীৰ্ঘদিন ধৰি এই আঁচনিৰ পৰিমাণ বৃদ্ধিৰ জল্পনা-কল্পনা চলি আহিছে সূত্ৰ অনুসৰি এইবাৰ তিনিটা কিস্তিৰ সলনি চাৰিটা কিস্তি দিয়া হ’ব পাৰে ফলত ৬ হাজাৰৰ সলনি কৃষকে ৮ হাজাৰ টকা পাব পাৰে।

1 thought on “PM Kisan লৈ ডাঙৰ আপডেট, এই কাম নকৰিলে PM Kisan’ৰ ধন নাপাব !”

Leave a Comment