ভাৰতৰ সৰ্ববৃহৎ বিদ্যুৎ কেন্দ্ৰৰ নিযুক্তি, প্ৰতিমাহে ৬০,০০০/- টকা

WhatsApp Follow

NTPC Limited Assistant Manager Eecruitment – ভাৰতৰ সৰ্ববৃহৎ NTPC Limited-ৰ চাকৰিৰ অধিসূচনা প্ৰকাশ। বিদ্যুৎ বিভাগত কাম কৰিব বিচৰা প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব। অসমৰ পৰা যিকোনো যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে এই পদৰ বাবে আবেদন কৰিব পাৰিব।

সহকাৰী পৰিচালক (Finance) নিযুক্তি দিয়া হ’ব। আজিৰ প্ৰতিবেদন চাওঁক, এই পদত আবেদন কৰিবলৈ কি শিক্ষাগত অৰ্হতা উল্লেখ কৰা হৈছে, বয়সৰ সীমা কি, দৰমহা কিমান, কেনেকৈ আবেদন কৰিব আৰু আবেদনৰ অন্তিম তাৰিখ কেতিয়া ? সবিশেষ আজিৰ প্ৰতিবেদনত আছে –

Assistant Manager পদত আবেদন কৰাৰ বয়সৰ সীমা সৰ্বাধিক ৩৭ বছৰ। যোগ্য প্ৰাৰ্থীয়ে এই বছৰৰ ভিতৰত ইয়াত আবেদন কৰিব পাৰিব।

এই পদত কৰ্মৰত চাকৰিৰ আকাংক্ষীসকলক ৬০ হাজাৰৰ পৰা ১ লাখ ৮০ হাজাৰ টকালৈ মাহিলী দৰমহা দিয়া হ’ব।

সহকাৰী পৰিচালক পদৰ বাবে আবেদনৰ বাবে উল্লেখ কৰা শিক্ষাগত অৰ্হতা হ’ল CA/ CMA উত্তীৰ্ণ আৰু লগতে সাত (৭) বছৰৰ কৰ্ম অভিজ্ঞতা। এই পদত মুঠ খালী পদ ২৫টা। অধিক জানিবলৈ চৰকাৰী অধিসূচনা পৰীক্ষা কৰক।

আৰু পঢ়ক – বহুদিনৰ মূৰত ভাৰতীয় ৰেলৱে ডাঙৰ চাকৰিৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে

এই পদৰ বাবে অনলাইন আবেদন কৰক। ইয়াৰ বাবে https://careers.ntpc.co.in/ ৰ অফিচিয়েল ৱেবছাইটলৈ গৈ অনলাইন আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব লাগিব। ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে, ১৮/০১/২০২৪ লৈকে আবেদন চলি থাকিব।

Important Link

Notification DownloadClick Here
Online ApplyClick Here

1 thought on “ভাৰতৰ সৰ্ববৃহৎ বিদ্যুৎ কেন্দ্ৰৰ নিযুক্তি, প্ৰতিমাহে ৬০,০০০/- টকা”

Leave a Comment