১৬৪৬ টা ৰেলৱেত খালী পদত নিযুক্তি, অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ

WhatsApp Follow

নতুন নিযুক্তি অধিসূচনা (NW Railway Recruitment 2024) জাৰি কৰিছে। তেনে ক্ষেত্ৰত এই নিযুক্তি একে সময়তে অসংখ্য খালী পদত থাকিব। নূন্যতম শিক্ষাগত অৰ্হতাৰ ওপৰত ভিত্তি কৰি চাকৰি বিচাৰিছে আৰু নিবনুৱা সমস্যাৰ সন্মুখীন হৈছে ? আপুনি যদি ৰেল বিভাগৰ চাকৰিৰ বাবে আগ্ৰহী তেন্তে সোনকালে আবেদন পদ্ধতি পৰীক্ষা কৰক।

নিযুক্তি সংস্থা – নিযুক্তিৰ কাম (North Western Railway) কৰিব।

পদৰ নাম – ইয়াত প্ৰাৰ্থীক এপ্ৰেণ্টিছ হিচাপে নিযুক্তি দিয়া হব। মুঠ খালী পদ ১৬৪৬ টা ।

শিক্ষাগত অৰ্হতা – নূন্যতম মাধ্যমিক উত্তীৰ্ণ হ’লে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব।

প্ৰাৰ্থীৰ বয়সৰ সীমা – ১৫ বছৰৰ পৰা ২৪ বছৰৰ ভিতৰৰ যিকোনো ব্যক্তিয়ে আবেদন কৰিব পাৰিব। সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ বিশেষ শিথিলতা দিয়া হৈছে।

নিযুক্তি প্ৰক্ৰিয়া – নিযুক্তি মেধাৰ ওপৰত ভিত্তি কৰি হ’ব। শিক্ষাগত অৰ্হতা আৰু শৈক্ষিক নম্বৰৰ ভিত্তিত মেধা তালিকা প্ৰস্তুত কৰা হ’ব।

আৰু পঢ়ক – ভাৰতৰ সৰ্ববৃহৎ বিদ্যুৎ কেন্দ্ৰৰ নিযুক্তি, প্ৰতিমাহে ৬০,০০০/- টকা

আবেদন পদ্ধতি – আপুনি অনলাইন আবেদন কৰিব পাৰিব।

১/ অনলাইন পঞ্জীয়ন আৰু তলত দিয়া অনলাইন আবেদন লিংকত ক্লিক কৰি সকলো সবিশেষ তথ্যৰে ফৰ্ম পূৰণ কৰক।

২/ আপোনাৰ বৈধ আৰু সক্ৰিয় মোবাইল নম্বৰ আৰু ইমেইল আইডিৰ সৈতে অনলাইন পঞ্জীয়ন কৰক।

৩) অনলাইন ফৰ্ম ভৰোৱাৰ ক্ষেত্ৰত এটা এটাকৈ নিজৰ নাম, শিক্ষাগত অৰ্হতা, বয়স, লিংগ, ঠিকনা, শ্ৰেণী ইত্যাদি লিখা।

৪) শেষত পাছপ’ৰ্টৰ আকাৰৰ ফটো, স্বাক্ষৰৰ লগতে সকলো নথি আপলোড কৰি জমা দিয়া বুটামত ক্লিক কৰক।

আবেদনৰ অন্তিম তাৰিখ – ১০/০২/২০২৪ তাৰিখৰ ভিতৰত আবেদন কৰিব পাৰিব। সকলো লিংক তলত দিয়া হৈছে।

Important Links

Official NotificationClick Here
Apply OnlineClick Here

1 thought on “১৬৪৬ টা ৰেলৱেত খালী পদত নিযুক্তি, অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ”

Leave a Comment