অইল ইণ্ডিয়াত জ্যেষ্ঠ বিষয়া নিযুক্তি, দৰমহা ৫০,০০০/- টকা

WhatsApp Follow

Oil India Senior Officers Recruitment 2024 – অইল ইণ্ডিয়া লিমিটেডে বহু খালী পদৰ বাবে নিযুক্তি দিব। প্ৰাৰ্থীয়ে ইয়াত অনলাইন আবেদন কৰিব লাগিব। দেশৰ সকলো যোগ্য প্ৰাৰ্থীয়ে ইয়াত আবেদন কৰিব পাৰিব। পুৰুষ আৰু মহিলা উভয়ে আবেদন কৰিব পাৰিব। লিখিত পৰীক্ষাৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। অধিক বিৱৰণৰ বাবে এই প্ৰতিবেদন পঢ়ক –

জাননী নং – HRAQ/REC-EX-B/2024-02

জাননী প্ৰকাশৰ তাৰিখ – ০৫/০১/২০২৪

যিসমূহ পদত নিযুক্তি দিয়া হ’ব –

1. Superintending Medical Officer (Orthopedics, Radiology) ২ টা পদ খালী।

2. Superintending Engineer (Environment) ২ টা পদ খালী।

3. Senior Officer (Chemical) ২ টা পদ খালী।

4. Senior Officer (Electrical) ১০ টা পদ খালী।

5. Senior Officer (Fire & Safety) ১১ টা পদ খালী।

6. Senior Accounts Officer / Senior Internal Auditor ১১ টা পদ খালী।

7. Senior Officer (Mechanical) ৪১ টা পদ খালী।

8. Senior Officer (Information Technology) ৩ টা পদ খালী।

9. Senior Officer (Electronics & Communication) ৬ টা পদ খালী।

10. Senior Officer (Petroleum) ৫ টা পদ খালী।

11. Senior Geologist ৩ টা পদ খালী।

12. Senior Officer (HSE) ২ টা পদ খালী।

13. Confidential Secretary ১ টা পদ খালী।

মুঠ ১৩ প্ৰকাৰৰ পদ। প্ৰতিটো পদৰ বাবে বিভিন্ন অৰ্হতা বিচৰা হয়। কোনো বিশেষ পদৰ বাবে আবেদন কৰিবলৈ তলৰ লিংকটোত ক্লিক কৰি সেই পদৰ বাবে যোগ্যতাৰ প্ৰয়োজনীয়তাৰ সবিশেষ জানিবলৈ অফিচিয়েল নটিফিকেচন ডাউনলোড কৰক।

আৰু পঢ়ক – ১৬৪৬ টা ৰেলৱেত খালী পদত নিযুক্তি, অৰ্হতা উচ্চতৰ মাধ্যমিক উত্তীর্ণ

বয়সৰ সীমা – প্ৰতিটো পদৰ বয়সৰ সীমা বেলেগ বেলেগ। ৪০ বছৰৰ ভিতৰত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব।

মাহিলী দৰমহা – পদৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাৰ্থীক ৫০০০ৰ পৰা ২,২০,০০০ টকা দিয়া হ’ব।

আবেদনৰ পদ্ধতি – ইয়াত অনলাইন আবেদন কৰক। ইয়াৰ বাবে www.oil-india.com ৱেবছাইট চাওক আৰু আপোনাৰ সকলো তথ্যৰে আবেদন পত্ৰ পূৰণ কৰক। তাৰ পিছত পাছপ’ৰ্টৰ আকাৰৰ ফটো আৰু চহী আপলোড কৰি শেষত ফৰ্মখন জমা দিব। শেষত আবেদন মাচুল জমা দিব লাগিব।

আবেদন মাচুল – কেৱল জেনেৰেল আৰু অ’বিচি প্ৰাৰ্থীয়েহে অনলাইনৰ জৰিয়তে আবেদন মাচুলৰ দিশত ৫০০ টকা জমা কৰিব লাগিব।

গুৰুত্বপূৰ্ণ তাৰিখ – ইয়াত অনলাইন আবেদন কৰাৰ শেষ তাৰিখ ২৯/০১/২০২৪।

Important Links –

Official NoticeDownload
Official websiteClick Here

1 thought on “অইল ইণ্ডিয়াত জ্যেষ্ঠ বিষয়া নিযুক্তি, দৰমহা ৫০,০০০/- টকা”

Leave a Comment