ভগৱান শিৱক এই সমূহ বস্তু অর্পণ কৰিলে মনোকামনা পূর্ণ হয়।

WhatsApp Follow

ভগৱান শিৱৰ পূজা বহু মনৰকামনা লগত কৰা হয়।কোৱা হয় যে-পৰিয়ালৰ সুখ-শান্তিৰ বাবে আৰু সন্তানৰ কামনাৰ বাবে-শিৱৰ পৰিয়ালৰ পূজা কৰিব লাগে।

>> ৰঙা আৰু বগা আকন ফুলেৰে- ভগৱান শিৱৰ পূজা কৰিলে-ভোগ আৰু মোক্ষৰ প্ৰাপ্ত হয়।

>> ভগৱান শিৱক ধতুৰাৰ ফুলেৰে- পূজা কৰিলে-ভগৱান শংকৰে সুযোগ্য পুত্ৰ সন্তান প্ৰদান কৰে।যিয়ে-ফুলৰ নাম-জিলিকাই দিয়ে।

>> ভগৱান শিৱক দুৱৰি বনেৰে পূজা কৰিলে-আয়ুষ বৃদ্ধি হয়।

>> ভগৱান শিৱক-চমেলী ফুলৰ দ্বাৰা পূজন কৰিলে-বাহন সুখ প্ৰাপ্ত হয়।

>> খৰিজাকাই ফুলৰ দ্বাৰা- ভগৱান শিৱক পূজা কৰিলে-সুন্দৰ পত্নী প্ৰাপ্ত হয়।

>> অলসী-ফুল এই ফুলৰ দ্বাৰা ভগৱান শিৱক পূজা কৰিলে-মনুষ্য ভগৱান বিষ্ণুৰ প্ৰিয় হয়।

>> কৰৱী ফুলেৰে-মহাদেৱৰ পূজন কৰিলে-নতুন বস্ত্ৰ প্ৰাপ্ত হয়।


আৰু পঢ়ক
>> বাস্তু শাস্ত্র অনুসৰি ঋাৰু ৰখাৰ সঠিক নিয়ম, টকাৰ অভাৱ দূৰ হ’ব !
>> এই ৩টা নামৰ মানুহবোৰ বৰ ভাগ্যৱান, সদায় পায় লক্ষ্মীৰ আশীৰ্বাদ !


>> ভগৱান শিৱৰ-শেৱালী ফুলেৰে পূজা-কৰিলে,সুখ-সম্পত্তিত বৃদ্ধি হয়।

>> জুহী ফুলেৰে মহাদেৱৰ পূজন কৰিলে-ঘৰত কেতিয়াও অন্নৰ নাটনি নহয়।

>> মহাদেৱৰ পূজনত-ৰঙা ডান্ঠাৰ ধতুৰা-শুভ মনা হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

2 thoughts on “ভগৱান শিৱক এই সমূহ বস্তু অর্পণ কৰিলে মনোকামনা পূর্ণ হয়।”

Leave a Comment