টাটা কোম্পানীত নিযুক্তি, আজিয়ে আবেদন কৰক

WhatsApp Follow

TATA Company Job – নিবনুৱা চাকৰি প্ৰত্যাশীসকলৰ বাবে কঢ়িয়াই আনিলে টাটা কোম্পানীয়ে এটা ভাল খবৰ। শেহতীয়াকৈ টাটা কোম্পানীয়ে নিযুক্তিৰ অধিসূচনা প্ৰকাশ কৰিছে। ভাৰতৰ সকলো ঠাইৰ ইয়াত পুৰুষ-মহিলা উভয় চাকৰিৰ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। নিযুক্তি সাক্ষাৎকাৰৰ জৰিয়তে দিয়া হ’ব।

এই চাকৰিৰ বাবে কি শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন ? আবেদনৰ বাবে মাচুল আছে নেকি ? আবেদনৰ অন্তিম তাৰিখ কেতিয়া ? সকলো সবিশেষ আজিৰ প্ৰতিবেদনত জানি লওক। আৰু কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটৰ পৰা জাননীখন ভালদৰে পৰীক্ষা কৰি আবেদন কৰক।

নিযুক্তি সংস্থাGOVERNMENT OF INDIA – MINISTRY OF COMMUNICATION
পদৰ নামStaff Car Driver
মুঠ খালী পদ০২
আবেদন মাধ্যমOffline
আবেদনৰ শেষ তাৰিখ ২০-০১-২০২৪

পদৰ নাম আৰু খালী পদ

১/ টাটা কোম্পানীত নিযুক্তি পাবলগীয়া চাকৰিৰ প্ৰাৰ্থীজন হ’ল Supervisor Trainee (Canteen)।

২/ উক্ত পদত মুঠ ২ গৰাকী যোগ্য প্ৰাৰ্থী নিযুক্তি দিয়া হ’ব।

বয়সৰ সীমা আৰু দৰমহা

১/ টাটা কোম্পানীত চাকৰিৰ বাবে (Job Recruitment) আবেদন কৰিবলৈ সৰ্বোচ্চ বয়সৰ সীমা ২৮ বছৰ।

২/ যোগ্য চাকৰিৰ প্ৰাৰ্থী নিযুক্তিৰ পিছত প্ৰতিমাহে ২৩ হাজাৰ টকা পাব।

জাননীৰ অফিচিয়েল ৱেবছাইট – আবেদন কৰাৰ আগতে সকলো তথ্য পৰীক্ষা কৰাৰ পিছত যদি আপুনি আগ্ৰহী তেন্তে tifrrecruitment.tifrh.res.in পৰ্টেলত গৈ আবেদন কৰিব পাৰে।

নিযুক্তি প্ৰক্ৰিয়া – টাটা কোম্পানীত (Tata Company) চাকৰিৰ বাবে যোগ্য প্ৰাৰ্থীক সাক্ষাৎকাৰৰ জৰিয়তে নিযুক্তি দিয়া হ’ব।

আৰু পঢ়ক – ভাৰতীয় ৰেলৱে নিযুক্তিৰ, দৰমহা ২৫,৫০০/- টকা

আবেদনৰ পদ্ধতি –

১. ইচ্ছুক প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে অনলাইন আবেদন কৰিব পাৰিব।

২. প্ৰথমে কোম্পানীটোৰ অফিচিয়েল ৱেবছাইটত গৈ পঞ্জীয়ন কৰিব লাগিব।

৩. তাৰ পিছত ফৰ্মখন শুদ্ধকৈ পূৰণ কৰিব লাগিব।

৪. প্ৰপত্ৰত উল্লেখ কৰা নথিপত্ৰসমূহ স্কেন কৰি আপলোড কৰিব লাগে।

৫. শেষত ফৰ্মখনৰ এটা প্ৰিন্ট আউট আপোনাৰ লগত ৰাখক।

কিন্তু অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰাৰ আগতে জাননীখন ভালদৰে নিৰীক্ষণ কৰাৰ পিছতহে আবেদন কৰক।

শিক্ষাগত অৰ্হতা – টাটা কোম্পানীত এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা ৩ বছৰীয়া হোটেল মেনেজমেণ্ট ডিগ্ৰীৰ প্ৰমাণ পত্ৰ থাকিব লাগিব। লগতে কেণ্টিন প্ৰযুক্তিৰ বিশেষ অভিজ্ঞতা থাকিব লাগিব। কম্পিউটাৰৰ সম্পূৰ্ণ জ্ঞান থাকিব লাগিব। আৰু সকলো প্ৰয়োজনীয় অৰ্হতা আপুনি অফিচিয়েল নটিফিকেচন ডাউনলোড কৰি সবিশেষ জানিব পাৰিব।

আবেদনৰ শেষ তাৰিখ – উক্ত পদৰ বাবে আবেদনৰ অন্তিম তাৰিখ ২০ জানুৱাৰী ২০২৪।

সাক্ষাৎকাৰৰ তাৰিখ০৪.০১.২০২৪
অফিচিয়েল ৱেবছাইটtifrrecruitment.tifrh.res.in

1 thought on “টাটা কোম্পানীত নিযুক্তি, আজিয়ে আবেদন কৰক”

Leave a Comment