প্ৰতি মঙলবাৰে এই ৫টা কাম কৰিলে জীৱনৰ পৰা দুষ্টতাৰ ছাঁ দূৰ হয় !

WhatsApp Follow

যদি আপুনি জীৱনৰ সকলো সমস্যাৰ পৰা মুক্তি পাব বিচাৰে তেন্তে কিছুমান নিয়ম মানি চলিব লাগিব। মঙলবাৰে যদি আপুনি সহজ বাস্তু টোটকাক অনুসৰণ কৰে তেন্তে আপোনাৰ জীৱনটো একেবাৰে সুন্দৰ হৈ পৰিব। গতিকে অধিক বিলম্ব নকৰাকৈ আমাৰ JibonorShongra.in পেজত এই আচৰিত টিপছসমূহ চাওক।

১) অস্বত্থা পাতাৰ প্ৰতিকাৰ – প্ৰতি মঙলবাৰে বজৰংবলীক এঘৰটা অস্বত্থা পাতা আগবঢ়াওক, এনেদৰে আপুনি বজৰংবলীৰ অতি প্ৰিয় ব্যক্তি হ’ব পাৰে। আৰু বজৰংবলিয়ে এবাৰ আশীৰ্বাদ দিলেই সকলো সমস্যা অতিক্ৰম কৰিব পাৰিব।

২) বুটেৰে প্ৰতিকাৰ – প্ৰতি মঙলবাৰে হনুমানজীৰ সন্মুখত বুটেৰে প্ৰতিকাৰ কৰক, তেতিয়া আপোনাৰ জীৱনটো বহুত সলনি হ’ব। বুট হনুমানজীয়ে বহুত ভাল পায়।

৩) সিন্দুৰৰ প্রতিকাৰ – প্ৰতি মঙলবাৰে হনুমানজীৰ চৰণত এবিধ তুলসী পাত আগবঢ়াব লাগে। তুলসী পাতত সিন্দুৰ দি আগবঢ়াব পাৰিলে সকলো সমস্যাৰ পৰা মুক্তি পাব।


আৰু পঢ়ক
>> মহিলাসকলে এনে কৰিলে মা লক্ষ্মী কেতিয়াও ঘৰত প্রৱেশ নকৰে !
>> এই ৩টা নামৰ মানুহবোৰ বৰ ভাগ্যৱান, সদায় পায় লক্ষ্মীৰ আশীৰ্বাদ !


৪) নাৰিকেলৰ প্ৰতিকাৰ – প্ৰতি মঙলবাৰে শক্তি যদি আপুনি এটা নাৰিকেল মূৰৰ চাৰিওফালে সাতবাৰ ঘূৰাই তাৰ পিছত হনুমানজীৰ চৰণত আগবঢ়াব পাৰে, তেতিয়া আপুনি সকলো সমস্যাৰ পৰা মুক্তি পাব।

৫) হনুমানজী মন্ত্ৰ পাঠ – প্ৰতি শনিবাৰ আৰু মঙলবাৰে হনুমানজী মন্ত্ৰ পাঠ কৰিলেও হনুমানজীয়ে আপোনাক সহায় কৰিব।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment