মহিলাসকলে এনে কৰিলে মা লক্ষ্মী কেতিয়াও ঘৰত প্রৱেশ নকৰে !

WhatsApp Follow

( If women do this, Maa Lakshmi will never enter the house ) হিন্দু ধৰ্মত ধনৰ দেৱী মা লক্ষ্মীক সম্পদ, গৌৰৱ আৰু সুখ বিচাৰি পূজা কৰা হয়। হিন্দু ধৰ্মত কন্যা সন্তানকো মা লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা ভুলবশতঃ আমি এনে কিছুমান কাম কৰিব পাৰো যিয়ে মা লক্ষ্মীক ৰুষ্ট কৰি তুলিব পাৰে আৰু আপোনাৰ জীৱনত আৰ্থিক সমস্যাই দেখা দিব পাৰে। এনেবোৰ কাৰ্য্য যদি এজনী ছোৱালী বা মহিলাই ভুলবশতঃ কৰে, তেন্তে মা লক্ষ্মী ৰুষ্ট হৈ পৰে।

কেতিয়াও ভৰিত ঝাড়ু নলগাব- কোৱা হয় যে, যি ঘৰত ঝাড়ু ভৰিৰে ব্যৱহাৰ কৰে বা ঝাড়ুত ভৰি লগাই, তেনে ঘৰত মা লক্ষ্মী কেতিয়াও বাস নকৰে। পুৰাণৰ মতে যি ঘৰত মহিলা বা ছোৱালীয়ে ঝাড়ুত ভৰি লগাই, তেনে ঘৰত মা লক্ষ্মী ৰুষ্ট হৈ পৰে।

কেতিয়াও জুঠা বাচন গেছৰ ওপৰত এৰি নিদিব- কেতিয়াও জুঠা বাচন গেছৰ ওপৰত এৰি নাহিব। এনে কৰিলে ঘৰত দৰিদ্ৰতা আহে আৰু হাতৰ পৰা টকা ওলাই যায়।

দুৱাৰমুখত বহি আহাৰ গ্ৰহণ- হিন্দু ধৰ্ম অনুসৰি মাটিত বহি আহাৰ গ্রহণ কৰাটো শুভ বুলি গণ্য কৰা হয়। কিন্তু কেতিয়াবা দেখা যায় যে, ঘৰৰ মহিলাসকলে ঘৰৰ দুৱাৰমুখত বহি আহাৰ গ্রহণ কৰে। কেতিয়াও এনে নকৰিব। নহলে ঘৰলৈ দৰিদ্ৰতা আহিব।


আৰু পঢ়ক
>> এই ৩টা নামৰ মানুহবোৰ বৰ ভাগ্যৱান, সদায় পায় লক্ষ্মীৰ আশীৰ্বাদ !
>> ঘৰত নাৰাখিব এইসমূহ বস্তু, থাকিলে ঘৰলৈ দৰিদ্ৰতা আহিব


কেতিয়াও পাকঘৰত জুঠা বাচন বৰ্তন এৰি নাহিব- ৰাতি শুৱলৈ যাওঁতে, কেতিয়াও জুঠা বাচন বৰ্তন পাকঘৰত এৰি নিদিব। এনে কাৰ্য্য কৰাটো ঘৰলৈ দৰিদ্ৰতাক আমন্ত্রণ কৰাৰ দৰে।

ৰাতিপুৱা পলমকৈ সাৰ পোৱা- ঘৰৰ সকলো সদস্যই ৰাতিপুৱা সোনকালে উঠিব লাগে। বিশেষ কৰি ঘৰৰ মহিলাসকলে কেতিয়াও পলমকৈ শুৱ নালাগে আৰু দীঘলীয়া সময় শুলে মা লক্ষ্মী অসন্তোষ হৈ বুলি কোৱা হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

7 thoughts on “মহিলাসকলে এনে কৰিলে মা লক্ষ্মী কেতিয়াও ঘৰত প্রৱেশ নকৰে !”

Leave a Comment