মহিলাসকলে মংগলবাৰ, শনিবাৰ আৰু গুৰুবাৰে চুলি ধোৱাটো কিয় অশুভ মনা হয় জানি লওক…

WhatsApp Follow

Why is it considered ominous for women to wash their hair in this bar, হিন্দু ধৰ্মত আৰু জ্যোতিষ শাস্ত্ৰত-বহু এনে কাৰ্য্যৰ কথা কোৱা হৈছে-যাৰ শুভ আৰু অশুভ প্ৰভাৱ আমাৰ জীৱনৰ ওপৰত পৰে। লগতে-এনে কিছু পৰম্পৰা আছে-যাৰ পালন পুৰণি কালৰে পৰা কৰি অহা হৈছে।আপোনালোকে বহুবাৰ-নিজৰ ঘৰৰ ডাঙৰজনে আপোনাক কোনো বিশেষ বাৰত-চুলি ধুবলৈ বাধা দিয়ে।

ইয়াৰ পাছতো ধাৰ্মিক মান্যতা জড়িত আছে।কোৱা হয় যে-মংগলবাৰে-গুৰুবাৰে আৰু শনিবাৰে চুলি ধুব নালগে।বিশেষকৰি মহিলাসকলে এই বাৰ কেইতাত মনা কৰা হয়।

1/ জোতিষ শাস্ত্ৰ অনুসাৰে-মংগলবাৰৰ দিনা-বিবাহিত মহিলাই চুলি ধুব নালাগে-কাৰণ-ইয়াৰ দ্বাৰা স্বামীৰ জীৱনত বেয়া প্ৰভাৱ পৰে।কিন্তু ছোৱালীয়ে-এই দিনা চুলি ধুবলৈ মনা কৰা নহয়।

2/ বুধবাৰ আৰু গুৰুবাৰৰ দিনা-মহিলাসকলে চুলি ধুলে-তেওঁলোকৰ ভায়েকৰ জীৱনত-আৰ্থিক সমস্যাৰ সন্মুখীন হবলগীয়া হয়।আৰু পইচাৰ ধাৰ বৃদ্ধি হয়।

3/ গুৰুবাৰৰ দিনা মহিলাসকলে চুলি ধুলে-ঘৰ পৰিয়ালত সুখ-সমৃদ্ধিৰ বেয়া প্ৰভাৱ পৰে।

4/ জ্যোতিষ শাস্ত্ৰ অনুসাৰে-মহিলাসকলে শনিবাৰৰ দিনা চুলি ধুলে-ইয়াৰ দ্বাৰা আপোনাৰ জীৱনত পইচাৰ সমস্যা হয় আৰু ঘৰৰ লোকসকলৰ আয়ুস কম হয়।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment