পুৰনি ১ টকীয়া নোট থাকিলে আপুনিও হ’ব পাৰে কোটিপতি

WhatsApp Follow

পুৰনা নোট অথবা পুৰনা coin ৰ নীলাম কৰি ভালকৈ লাভবান হ’ব পাৰি । পুৰনা বস্তুৰ সংৰক্ষণ কৰিব বিচৰা সকলে এনেবোৰ কিনিবলৈ লাখ লাখ টকাৰে নীলামত মাত মাতে । এই কেইদিন পুৰনা নোটৰ নীলামী তীব্ৰ গতিত চলি আছে । য’ত কিনোতা জনে বিচৰা মতেই দাম দিবলৈ সাজু আছে । দৰাচলতে E commerce website Indiamart ত পুৰনা বস্তুৰ নীলাম হোৱা দেখিবলৈ পোৱা গৈছে । এই কেইদিন Old Old one Rupee Note কিনোতাৰ সংখ্যা বাহিছে । এই নোট ১৯১৭ চনৰ হব লাগিব ।

খবৰ মতে International market ত ইয়াৰ Value দুগুন । পুৰনা বস্তুৰ সংৰক্ষণ কৰা সকলৰ বাবে ই বৰ্তমান দুৰ্লভ । আপোনাৰো যদি আছে তেন্তে আপুনি Indiamart ত ফটো তুলি Post ad কৰি বিক্ৰী কৰিব পাৰিব । দৰাচলতে ইয়াৰ দাম ১ লাখ টকা কিন্তু নীলামত ইয়াৰ দাম বৃদ্ধি হৈছে ।

নোট খনৰ বিশেষত্ব কি ?
১ টকীয়া নোটখনৰ বনোৱা কাম ৩০ নবেম্বৰ , ১৯১৭ চনত হৈছিল । নোটখনত King jorj pancham ৰ ফটো সম্বলিত আছে । কিন্তু ১৯২৬ চনত ইয়াক চপা কৰাটো বন্ধ কৰি দিয়া হৈছিল । পিছত আকৌ ১৯৪০ চনত ২য় বাৰৰ বাবে চপা কৰা হৈছিল । আকৌ ১৯৯৪ চনত পুনৰ বন্ধ কৰি দিয়া হ’ল । ইয়াৰ পিছত আকৌ ২০১৫ চনতহে চপা আৰম্ভ হ’ল।

কেইটামান বিশেষ সংখ্যাৰ নোটখনৰ হে গুৰুত্ব অধিক ।
E commerce web Ebay টো এই দুৰ্লভ নোটখনক বিক্ৰী কৰিব পাৰি । কিন্তু ইয়াৰ বাবে লাগিব এটা বিশেষ সংখ্যা । ৭৮৬ নম্বৰ লিখা থকা নোটখনহে বিশেষ গুৰুত্ব দিব । বাকি সমূহৰ কোনো মুল্য নাই ।

1 thought on “পুৰনি ১ টকীয়া নোট থাকিলে আপুনিও হ’ব পাৰে কোটিপতি”

Leave a Comment