সন্তানৰ লগত এই ৪টা আচৰণ নকৰিব, নহলে আপোনাৰ সন্তানৰ ভবিষ্যৎ নষ্ট হ’ব

আমাৰ সমাজত দেখা গৈছে বহু সন্তান তাৰ মা-দেউতাৰ কথা নোশুনে, মা-দেউতাৰ কথা মতে নচলে ! এজন ব্যক্তি যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া এটা বগা কাগজৰ দৰে হয়, তাত আপুনি যি লিখিব বিচাৰে সেয়াই লিখিব পাৰিব । ঠিক তেনেদৰে আপোনাৰ সন্তান যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া সেই বগা কাগৰ দৰেই হয়, তাৰ লগত আপুনি যি ব্যৱহাৰ কৰিব, যি শিক্ষা দিব সেই ব্যৱহাৰ বা শিক্ষাই গ্রহণ কৰিব । সেই বাবে আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কথা পাতিম সৰু ল’ৰা-ছোৱালীৰ লগত কি সেই ৪টা আচৰণ যি কেতিয়াওঁ কৰিব নালাগে ! জানিবলৈ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব…

১/ আপুনি আপোনাৰ সন্তাৰ মনসিক অসান্তিৰ কাৰণ নহয়টো ? এজন সৰু ল’ৰা-ছোৱালীৰ বাবে তাৰ মানুসিক সান্তিৰ প্রয়োজন আছে ! এজন সৰু ল’ৰা-ছোৱালীক যদি সকলো সময়তে মানুসিক অসান্তিত ৰাখে তেনেহলে সেই ল’ৰা-ছোৱালী কেতিয়াওঁ পঢ়াত-শুনাত ভাল নহ’ব । কাৰণ তেওঁৰ মনটোই সকলো সময়ত অসান্তিত থাকে । সেই বাবে কেতিয়াওঁ সৰু ল’ৰা-ছোৱালীক মানুসিক অসান্তিত নাৰাখিব ।

২/ সকলো সময়ত সন্তানৰ সমালোচনা কৰে নেকি ? সৰু ল’ৰা-ছোৱালী সমালোচনা কৰা বেয়া পায় ! তাৰ পৰিৱর্তে আপোনাৰ সন্তানৰ প্রশংসা কৰক । সৰু ল’ৰা-ছোৱালীৰ প্রশংসা কৰিলে উৎসা পায় জীৱনত আগবাঢ়িবলৈ, সেই বাবে যেতিয়াই আপোনাৰ সন্তাৰ সমালোচনাৰ কথা আহিব, তেতিয়াই প্রশংসা কৰিব ।

৩/ সকলো সময়ত বিচাৰক হয় নেকি ? সকলো সন্তানে তাৰ মা-দেউতাক সকলো সময়ত বন্ধু হিচাপে বিচাৰে ! আপুনি যেতিয়া আপোনাৰ সন্তানৰ বিচাৰক হ’ব, তেতিয়া আপোনাৰ পৰা আপোনাৰ সন্তাৰ সেই বন্ধুত্বৰ সম্পর্কটো নষ্ট হ’ব । সেই বাবে কেতিয়াওঁ আপোনাৰ সন্তানৰ বিচাৰক নহ’ব ।

আৰু পঢ়ক-

৪/ সকলো সময়ত সন্তানক দোষী কৰে নেকি ? সৰু ল’ৰা-ছোৱালী নাজানে ভুল কি, সৰু ল’ৰা-ছোৱালী নাজানে দোষ কি ! সৰু ল’ৰা-ছোৱালী সদায় ভুল কৰে কাৰণ তেওঁলোকে নাজানে ভুল কৰিব নালাগে । সেই বাবে আপোনাৰ সন্তানে ভুল কৰিলেও তাক বুজাই ক’ব ! পাৰিলে ভুল কৰাৰ পিছত মৰম কৰিব ।

1 thought on “সন্তানৰ লগত এই ৪টা আচৰণ নকৰিব, নহলে আপোনাৰ সন্তানৰ ভবিষ্যৎ নষ্ট হ’ব”

  1. ভাল লাগিল । ভৱিষ্যতৰ বাবে ও এনে লেখা বিচাৰো ।

    Reply

Leave a Comment