সন্তানৰ লগত এই ৪টা আচৰণ নকৰিব, নহলে আপোনাৰ সন্তানৰ ভবিষ্যৎ নষ্ট হ’ব

আমাৰ সমাজত দেখা গৈছে বহু সন্তান তাৰ মা-দেউতাৰ কথা নোশুনে, মা-দেউতাৰ কথা মতে নচলে ! এজন ব্যক্তি যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া এটা বগা কাগজৰ দৰে হয়, তাত আপুনি যি লিখিব বিচাৰে সেয়াই লিখিব পাৰিব । ঠিক তেনেদৰে আপোনাৰ সন্তান যেতিয়া সৰু অৱস্থাত থাকে তেতিয়া সেই বগা কাগৰ দৰেই হয়, তাৰ লগত আপুনি যি ব্যৱহাৰ কৰিব, যি শিক্ষা দিব সেই ব্যৱহাৰ বা শিক্ষাই গ্রহণ কৰিব । সেই বাবে আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কথা পাতিম সৰু ল’ৰা-ছোৱালীৰ লগত কি সেই ৪টা আচৰণ যি কেতিয়াওঁ কৰিব নালাগে ! জানিবলৈ এই আর্টিকেলটো সম্পূর্ণ পঢ়িব…

১/ আপুনি আপোনাৰ সন্তাৰ মনসিক অসান্তিৰ কাৰণ নহয়টো ? এজন সৰু ল’ৰা-ছোৱালীৰ বাবে তাৰ মানুসিক সান্তিৰ প্রয়োজন আছে ! এজন সৰু ল’ৰা-ছোৱালীক যদি সকলো সময়তে মানুসিক অসান্তিত ৰাখে তেনেহলে সেই ল’ৰা-ছোৱালী কেতিয়াওঁ পঢ়াত-শুনাত ভাল নহ’ব । কাৰণ তেওঁৰ মনটোই সকলো সময়ত অসান্তিত থাকে । সেই বাবে কেতিয়াওঁ সৰু ল’ৰা-ছোৱালীক মানুসিক অসান্তিত নাৰাখিব ।

২/ সকলো সময়ত সন্তানৰ সমালোচনা কৰে নেকি ? সৰু ল’ৰা-ছোৱালী সমালোচনা কৰা বেয়া পায় ! তাৰ পৰিৱর্তে আপোনাৰ সন্তানৰ প্রশংসা কৰক । সৰু ল’ৰা-ছোৱালীৰ প্রশংসা কৰিলে উৎসা পায় জীৱনত আগবাঢ়িবলৈ, সেই বাবে যেতিয়াই আপোনাৰ সন্তাৰ সমালোচনাৰ কথা আহিব, তেতিয়াই প্রশংসা কৰিব ।

৩/ সকলো সময়ত বিচাৰক হয় নেকি ? সকলো সন্তানে তাৰ মা-দেউতাক সকলো সময়ত বন্ধু হিচাপে বিচাৰে ! আপুনি যেতিয়া আপোনাৰ সন্তানৰ বিচাৰক হ’ব, তেতিয়া আপোনাৰ পৰা আপোনাৰ সন্তাৰ সেই বন্ধুত্বৰ সম্পর্কটো নষ্ট হ’ব । সেই বাবে কেতিয়াওঁ আপোনাৰ সন্তানৰ বিচাৰক নহ’ব ।

আৰু পঢ়ক-

৪/ সকলো সময়ত সন্তানক দোষী কৰে নেকি ? সৰু ল’ৰা-ছোৱালী নাজানে ভুল কি, সৰু ল’ৰা-ছোৱালী নাজানে দোষ কি ! সৰু ল’ৰা-ছোৱালী সদায় ভুল কৰে কাৰণ তেওঁলোকে নাজানে ভুল কৰিব নালাগে । সেই বাবে আপোনাৰ সন্তানে ভুল কৰিলেও তাক বুজাই ক’ব ! পাৰিলে ভুল কৰাৰ পিছত মৰম কৰিব ।

7 thoughts on “সন্তানৰ লগত এই ৪টা আচৰণ নকৰিব, নহলে আপোনাৰ সন্তানৰ ভবিষ্যৎ নষ্ট হ’ব”

  1. ভাল লাগিল । ভৱিষ্যতৰ বাবে ও এনে লেখা বিচাৰো ।

    Reply
  2. ভাল লাগিল আৰু এনেকোৱা পৰামৰ্শ প্ৰদান কৰিলে ভাল পাম।

    Reply
  3. Right hеre is the perfect webpage for anyone wһߋ woulɗ like to find out about this topic.

    You realize a whole lot its almost hard to argսe witһ you (not that
    I actually will need to…HaHa). You certainly put a new spin on a subϳect that
    hаs been written ɑbout for many years. Wonderful stuff, just eхcelⅼent!

    Reply

Leave a Comment