Place these items in front of Shivling in the month of Shaon, the economic crisis will be overcome
শাওণ মাহ মানে দেৱদিৱৰ মাহ । এইকেইদিন শিৱলিঙ্গৰ সন্মুখত এইবোৰ ৰাখিব পাৰিলে আপোনাৰ আৰ্থিক ভাগ্য ঘূৰি আহিব । যদি আপুনি আপোনাৰ ধন ঘূৰাই পাব বিচাৰে, তেন্তে আমাৰ লিখনীটো সম্পূর্ণ পঢ়িব –
১) শিৱলিঙ্গ সন্মুখত ৰুদ্ৰাক্ষ ৰাখিব লাগিব । কাৰণ ৰুদ্ৰাক্ষ নাৰাখিলে শিৱৰ কৃপা সম্ভৱ নহয় । শিৱ মূৰ্তিত ৰুদ্ৰাক্ষ মালা বা শাওণ মাহত শিৱৰ ফটো ওলোমাই দিব পাৰে । ই জীৱনত সমৃদ্ধি কঢ়িয়াই আনিব ।
২) শাওণ মাহত শিৱলিঙ্গৰ সন্মুখত ত্ৰিশুল ৰাখিব লাগে । এই ত্ৰিশূলটো ৰাখিলে দেখিব যে আপোনাৰ জীৱনটো কেনেদৰে ভাল হৈছে ।
৩) শাওণ মাহত যদি শিৱলিঙ্গত, শিৱৰ মূৰ্তিত বা শিৱৰ ছবিত গংগা পানী ছটিয়াই দিয়া হয় তেন্তে দেৱদীদেৱ মহাদেৱ অতি সন্তুষ্ট হয় । গোটেই শাওণ মাহটো যদি নিয়মিতভাৱে শিৱৰ পূজা কৰা হয়, তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ’ব ।
বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।
1 thought on “শাওণ মাহত এই কেইটা বস্তু শিৱলিঙ্গ সন্মুখত ৰাখক, অৰ্থনৈতিক সংকট দূৰ হ’ব”