শাওণ মাহত এই কেইটা বস্তু শিৱলিঙ্গ সন্মুখত ৰাখক, অৰ্থনৈতিক সংকট দূৰ হ’ব

WhatsApp Follow

Place these items in front of Shivling in the month of Shaon, the economic crisis will be overcome

শাওণ মাহ মানে দেৱদিৱৰ মাহ । এইকেইদিন শিৱলিঙ্গৰ সন্মুখত এইবোৰ ৰাখিব পাৰিলে আপোনাৰ আৰ্থিক ভাগ্য ঘূৰি আহিব । যদি আপুনি আপোনাৰ ধন ঘূৰাই পাব বিচাৰে, তেন্তে আমাৰ লিখনীটো সম্পূর্ণ পঢ়িব –

১) শিৱলিঙ্গ সন্মুখত ৰুদ্ৰাক্ষ ৰাখিব লাগিব । কাৰণ ৰুদ্ৰাক্ষ নাৰাখিলে শিৱৰ কৃপা সম্ভৱ নহয় । শিৱ মূৰ্তিত ৰুদ্ৰাক্ষ মালা বা শাওণ মাহত শিৱৰ ফটো ওলোমাই দিব পাৰে । ই জীৱনত সমৃদ্ধি কঢ়িয়াই আনিব ।

২) শাওণ মাহত শিৱলিঙ্গৰ সন্মুখত ত্ৰিশুল ৰাখিব লাগে । এই ত্ৰিশূলটো ৰাখিলে দেখিব যে আপোনাৰ জীৱনটো কেনেদৰে ভাল হৈছে ।

৩) শাওণ মাহত যদি শিৱলিঙ্গত, শিৱৰ মূৰ্তিত বা শিৱৰ ছবিত গংগা পানী ছটিয়াই দিয়া হয় তেন্তে দেৱদীদেৱ মহাদেৱ অতি সন্তুষ্ট হয় । গোটেই শাওণ মাহটো যদি নিয়মিতভাৱে শিৱৰ পূজা কৰা হয়, তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ’ব ।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

1 thought on “শাওণ মাহত এই কেইটা বস্তু শিৱলিঙ্গ সন্মুখত ৰাখক, অৰ্থনৈতিক সংকট দূৰ হ’ব”

Leave a Comment