তুলসীৰ কাষৰ এই গছজোপা নাৰাখিব, সংসাৰৰ বাবে অমঙ্গল হ’ব !

WhatsApp Follow

যদি আপুনি ৰাতিপুৱাৰ পৰা গধূলিলৈকে কিছুমান বাস্তুৰ টিপছ মানি চলিব পাৰে, তেন্তে আপোনাৰ জীৱনত কোনো সমস্যা নহ’ব, আৰু এই বাস্তুৰ টিপছ মানি চলিলে আপোনাৰ জীৱনটো বহুত উন্নতি হ’ব। আৰ্থিক সমস্যাৰ পৰা আৰম্ভ কৰি শাৰীৰিক সমস্যালৈকে সকলো সহজেই আঁতৰ হ’ব।

আমি সকলোৱে জানো যে মাতৃ তুলসী আমাৰ জীৱনৰ ৰক্ষক। গতিকে হিন্দু ধৰ্মৰ প্ৰতিটো ঘৰতে মাতৃ তুলসী থাকে, নিয়মীয়াকৈ এই তুলসী গছৰ যত্ন ললে আৰ্থিক জীৱনত কেতিয়াও কোনো সমস্যা নহব। কিন্তু এই গছজোপা ঘৰত ৰাখিবলৈ হ’লে কিছুমান নিয়ম মানি চলিব লাগিব। আৰু যদি আপুনি এই কেইটামান নিয়ম সাৱধানে পালন কৰি মা তুলসীক আপোনাৰ ঘৰত ৰাখে, তেতিয়া আপুনি দেখিব যে আপুনি কিমান সমৃদ্ধিশালী ব্যক্তি হ’ব পাৰে।

তুলসী গছৰ কাষত কেতিয়াও কাঁইটীয়া গছ নাৰাখিব। ঘৰ সজাবলৈ আমি প্ৰায়ে নাৰ্চাৰীৰ পৰা কাঁইটীয়া গছ কিনি লওঁ। কিন্তু আপুনি জানেনে যে এই কাঁইটীয়া গছজোপা প্ৰথমে ঘৰৰ ভিতৰত ৰাখিলে বৰ বিপদজনক। বাস্তুৰ মতে এই কাম একেবাৰেই কৰা উচিত নহয়। যদি কেতিয়াবা তুলসী গছৰ কাষত কাঁইটীয়া গছ ৰাখিছে তেন্তে তৎক্ষণাত তাৰ ঠাই সলনি কৰক।

তুলসী গছ ৰখাৰ বাবে আৰু কেইবাটাও নিয়ম জানি লওক

১) ৰাতিপুৱা পৰিষ্কাৰ কাপোৰত তুলসী গছৰ গুৰিলৈ পানী দান কৰিব লাগে।

২) প্ৰতিদিনে সন্ধিয়া তুলসী মাক প্ৰণাম মন্ত্ৰ আবৃত্তি কৰা, শংখ বজোৱা।

৩) তুলসী মঞ্চৰ কাষত কেতিয়াও জোতা খুলি নাৰাখিব।


আৰু পঢ়ক
>> লক্ষ্মীৰ ডাঙৰ পুত্র এই তাৰিখত জন্ম হোৱা মানুহৰ টকাৰ অভাৱ নহয় !
>> ভগৱান গণেশেক এই ৫টা ফল আগবঢ়ালে তেওঁ সন্তুষ্ট হয় ?


৪) তুলসী গছৰ পাতবোৰ হালধীয়া হ’বলৈ নিদিব, আৰু হ’লে তুলসী গছজোপা তৎক্ষণাত কাটি পেলাব লাগে। অথবা তুলসী গছৰ গুৰিতে সামান্য পৰিমাণৰ গোবৰ সাৰ মিহলাই দিব পাৰে, তুলসী গছৰ বাবে ই বহুত ভাল হ’ব।

৫) সন্ধিয়া তুলসী গছৰ গুৰিতে এটা দীপ জ্বলোৱা।

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত।

Leave a Comment