কেন্দ্ৰই ১৫,০০০ টকা দিব চিলাই মেচিন কিনিবলৈ ! এইদৰে আবেদন কৰক !

WhatsApp Follow

PM Vishwakarma Yojana: কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনাৰ অধীনত চিলাই মেচিন ক্ৰয় কৰিবলৈ ১৫ হাজাৰ টকা দিব, “কেন্দ্ৰীয় চৰকাৰে বিনামূলীয়াকৈ চিলাই মেচিন দি আছে” – এই খবৰ বৰ্তমান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যিয়ে স্বাৱলম্বী হ’ব বিচৰা মহিলাসকলৰ মাজত উৎসাহৰ সৃষ্টি কৰিছে।

খবৰটো সম্পূৰ্ণ সত্য নহয় আংশিকভাৱে সত্য। কেন্দ্ৰীয় চৰকাৰে পোনপটীয়াকৈ চিলাই মেচিনটো যোগান ধৰা নাই যদিও চিলাই মেচিন ক্ৰয়ৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১৫ হাজাৰ টকা দি আছে। PM বিশ্বকৰ্মা যোজনা আঁচনিৰ অধীনত এই ধনৰাশি কেন্দ্ৰই প্ৰদান কৰিছে। কেৱল এয়াই নহয়, কেন্দ্রীয় চৰকাৰেও ব্যৱসায় আৰম্ভ কৰা লোকক ২০,০০০ টকা পৰ্যন্ত ঋণ দি আছে৷

পূৰ্বে উল্লেখ কৰা অনুসৰি এইটো PM বিশ্বকৰ্মা যোজনাৰ অংশ হিচাপে প্ৰদান কৰা হৈছে, গতিকে এই আঁচনিৰ বাবে যোগ্য হ’বলৈ গ্ৰাহকজন ভাৰতীয় নাগৰিক হ’ব লাগিব। তদুপৰি যিসকলে ইতিমধ্যে চিলাইৰ কাম কৰি আছে তেওঁলোকে এই আঁচনিত নামভৰ্তি কৰিব পাৰিব। কিন্তু এই আঁচনিৰ অধীনত যদি তেওঁ আগতে ধন পাইছে তেন্তে এই আঁচনিৰ পৰা তেওঁ পুনৰ টকা নাপাব। আবেদন কৰিবলই তলত ক্লিক কৰক।

PM বিশ্বকৰ্মা যোজনাৰ অধীনত যিকোনো দৰ্জী এই আঁচনিৰ অধীনত আহিব পাৰিব। কিন্তু তেওঁলোকৰ বয়স ১৮ বছৰৰ ওপৰৰ হ’ব লাগিব। পুৰুষ-মহিলা উভয়ে এই আঁচনিত নামভৰ্তিৰ বাবে আবেদন কৰিব পাৰিব।

লগতে চাওক – প্ৰতিখন জিলাৰ কৃষি কাৰ্যালয়ত কৃষকক দি আছে ছ’লাৰ, আজিয়েই আবেদন কৰক !

এই আঁচনি (PM Vishwakarma Yojana)ৰ বাবে আবেদন কৰিবলৈ আবেদনকাৰীয়ে কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। চৰ্তসমূহৰ বিষয়ে তলত আলোচনা কৰা হৈছে – লগতে আবেদন কৰিবলই তলত ক্লিক কৰক।

  • আবেদনকাৰীৰ আধাৰ কাৰ্ড থাকিব লাগিব।
  • আবেদনকাৰীৰ পাছপ’ৰ্ট আকাৰৰ ফটোগ্ৰাফৰ প্ৰয়োজন।
  • আৱাসিক প্ৰমাণ পত্ৰৰ প্ৰয়োজন।
  • কাষ্ট চাৰ্টিফিকেট (যদি আছে)
  • এটা সক্ৰিয় ফোন নম্বৰৰ প্ৰয়োজন।
  • আবেদনকাৰীৰ বেংক একাউণ্ট থাকিব লাগিব।

আবেদনকাৰীয়ে উপৰোক্ত নথি-পত্ৰ প্ৰদান কৰি সংস্থাটোৰ অফিচিয়েল ৱেবছাইটত গৈ অনলাইন পঞ্জীয়ন কৰিব লাগিব। আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আবেদনকাৰীক এখন স্লিপ বা ৰচিদ দিয়া হ’ব। আবেদনকাৰীয়ে সাৱধানে নিজৰ লগত ৰাখিব লাগিব। আবেদন কৰিবলই তলত ক্লিক কৰক।

যদিহে আবেদনৰ চৰ্তসমূহ সঠিকভাৱে পূৰণ কৰিব পৰা যায় তেন্তে এই এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে চিলাই মেচিন ক্ৰয়ৰ বাবে বেংক একাউণ্টলৈ পোনপটীয়াকৈ ধন প্ৰেৰণ কৰিব বুলি আশা কৰা হৈছে।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া:-

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ যোগ্য বুলি বিবেচিত সকলৰ আবেদন পত্ৰৰ সঠিক পৰীক্ষণৰ পিছত বিনামূলীয়া চিলাই মেচিন প্ৰতিজন আবেদনকাৰীৰ ঘৰত তেওঁলোক থকা ব্লক বা পঞ্চায়ত বা পৌৰসভাৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। আবেদন কৰিবলই তলত ক্লিক কৰক।

Apply FormDownload
Official WebsiteClick Here

3 thoughts on “কেন্দ্ৰই ১৫,০০০ টকা দিব চিলাই মেচিন কিনিবলৈ ! এইদৰে আবেদন কৰক !”

Leave a Comment